বন্দনা বিঠলানী
| বন্দনা বিঠলানী | |
|---|---|
| জন্ম | ২৬ জানুৱাৰী, ১৯৭৯ (৪৭ বছৰ) মুম্বাই, ভাৰত |
| শিক্ষা | বিদ্যালয় - নিউ এৰা হাইস্কুল, পাঁচগনী, মহাৰাষ্ট্ৰ মহাবিদ্যালয় - জয় হিন্দ কলেজ, মুম্বাই |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১০–বৰ্তমান |
| জনা যায় | সাথ নিভানা সাথিয়া শশুৰাল চিমৰ কা |
| দাম্পত্যসঙ্গী | বিপুল বিঠলানী |
| সন্তান | ২ |
বন্দনা বিঠলানী (ইংৰাজী: Vandana Vithlani; জন্ম: ২৬ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। তেওঁ ষ্টাৰ প্লাছৰ দীৰ্ঘদিনীয়া ধাৰাবাহিক সাথ নিভানা সাথিয়াত (২০১০–২০১৭) উৰ্মিলা শ্বাহৰ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে পৰিচিত।[1] ২০২০ চনত তেওঁ সাথ নিভানা সাথিয়াৰ দ্বিতীয় ছিজনত পুনৰ উৰ্মিলা শ্বাহৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]বিঠলানী অভিনেতা বিপুল বিঠলানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]
কেৰিয়াৰ
[সম্পাদনা কৰক]বিঠলানীয়ে ষ্টাৰ প্লাছৰ অন্যতম দীৰ্ঘদিনীয়া ধাৰাবাহিক সাথ নিভানা সাথিয়াৰ (২০১০–২০১৭) জৰিয়তে দূৰদৰ্শনত অভিনয় জীৱনৰ পাতনি মেলিছিল, য'ত তেওঁ ধাৰাবাহিকখনৰ আৰম্ভণিৰপৰা সমাপ্তিলৈকে ধাৰাবাহিকভাৱে ৭ বছৰ ধৰি উৰ্মিলা শ্বাহৰ শক্তিশালী আৰু গুৰুত্বপূৰ্ণ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।[3]
২০১৭ চনৰ জুলাই মাহত সাথ নিভানা সাথিয়া শেষ হোৱাৰ পিছত, তেওঁ কালৰ্ছ টিভীৰ ধাৰাবাহিক শশুৰাল চিমৰ কাত ২০১৮ চনৰ মাৰ্চ মাহত ধাৰাবাহিকখন বন্ধ হোৱালৈকে খলনায়িকা ভৈৰৱী ধনৰাজ কাপুৰৰ চৰিত্ৰত অভিনয় কৰিছিল।[4] ২০১৮ চনত তেওঁ ষ্টাৰ ভাৰতৰ থ্ৰিলাৰ ধাৰাবাহিক কাল ভৈৰৱ ৰহস্য ২ত এটা চৰিত্ৰত অভিনয় কৰিছিল।[5] ২০১৯ চনত বিঠলানীয়ে জি টিভীৰ হমাৰী বহু চিল্ক আৰু ষ্টাৰ ভাৰতৰ মুস্কানত অভিনয় কৰিছিল।[6]
২০২০ চনত তেওঁ ষ্টাৰ প্লাছত সম্প্ৰচাৰিত সাথ নিভানা সাথিয়াৰ পৰৱৰ্তী সংস্কৰণ সাথ নিভানা সাথিয়া ২ত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছিল।[7] ২০২১ চনৰ মাৰ্চ মাহত তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক পাণ্ড্যা ষ্ট'ৰত কামিনীৰ চৰিত্ৰটো লাভ কৰে।[8] ২০২১ চনৰ আগষ্ট মাহত তেওঁ তেৰা মেৰা সাথ ৰাহে ধাৰাবাহিকত ৰমিলা হিচাপে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ লাভ কৰে।[9]
পাৰিতোষিকৰ দাবী
[সম্পাদনা কৰক]বিঠলানীয়ে অভিযোগ কৰিছিল যে জি টিভীয়ে ২০১৯ চনত নিৰ্মাণ কৰা ধাৰাবাহিক হমাৰী বহু চিল্কৰ বাবে তেওঁক পাৰিতোষিক আদায় দিয়া নাছিল।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Sadhna (23 July 2020). "Saath Nibhaana Saathiya actress Vandana Vithlani selling rakhis online after non-payment of dues" (en ভাষাত). India Today. https://www.indiatoday.in/television/celebrity/story/saath-nibhaana-saathiya-actress-vandana-vithlani-selling-rakhis-online-after-non-payment-of-dues-1703580-2020-07-23। আহৰণ কৰা হৈছে: 2021-01-19.
- ↑ "Saath Nibhana Saathiya Season 2 to launch in October" (en ভাষাত). The Indian Express. 2020-08-28. https://indianexpress.com/article/entertainment/television/saath-nibhana-saathiya-season-2-devoleena-gopi-kokilaben-6573434/। আহৰণ কৰা হৈছে: 2020-12-01.
- ↑ Sadhna (23 July 2020). "Saath Nibhaana Saathiya actress Vandana Vithlani selling rakhis online after non-payment of dues" (en ভাষাত). India Today. https://www.indiatoday.in/television/celebrity/story/saath-nibhaana-saathiya-actress-vandana-vithlani-selling-rakhis-online-after-non-payment-of-dues-1703580-2020-07-23। আহৰণ কৰা হৈছে: 2021-01-19.
- ↑ "Vandana Vithlani to play Rohan Mehra's mom on Sasural Simar Ka - Times of India" (en ভাষাত). The Times of India. 31 July 2017. https://timesofindia.indiatimes.com/tv/news/hindi/vandana-vithlani-to-play-rohan-mehras-mom-on-sasural-simar-ka/articleshow/59847285.cms। আহৰণ কৰা হৈছে: 2021-01-19.
- ↑ "'Hamari Bahu Silk' actress Vandana Vithlani: I'm making rakhis and selling them to earn money - Times of India" (en ভাষাত). The Times of India. 22 July 2020. https://timesofindia.indiatimes.com/tv/news/hindi/hamari-bahu-silk-actress-vandana-vithlani-im-making-rakhis-and-selling-them-to-earn-money/articleshow/77095645.cms। আহৰণ কৰা হৈছে: 2021-01-19.
- ↑ "VIDEO: TV actress Vandana Vithlani speaks about her show Saath Nibhaana Saathiya" (en ভাষাত). www.indiatvnews.com. 2020-11-04. https://www.indiatvnews.com/video/entertainment/tv-actress-vandana-vithlani-speaks-about-her-show-saath-nibhaana-saathiya-662378। আহৰণ কৰা হৈছে: 2021-01-19.
- ↑ admin (2020-05-18). "Hamari Bahu Silk actors demand salary via video" (en ভাষাত). ABP Live. https://news.abplive.com/videos/entertainment/television-hamari-bahu-silk-actors-demand-salary-via-video-1237991। আহৰণ কৰা হৈছে: 2021-01-19.
- ↑ "When there's work, I grab it and on dull days, I indulge myself creatively in other ways: Vandana Vithlani". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/when-theres-work-i-grab-it-and-on-dull-days-i-indulge-myself-creatively-in-other-ways-vandana-vithlani/articleshow/91146854.cms.
- ↑ "Vandana Vithlani talks about Tera Mera Saath Rahe: 'I am happy that work has come to me during this pandemic'" (en ভাষাত). PINKVILLA. 2021-07-30. Archived from the original on 2023-03-05. https://web.archive.org/web/20230305193004/https://www.pinkvilla.com/tv/news-gossip/vandana-vithlani-talks-about-tera-mera-saath-rahe-i-am-happy-work-has-come-me-during-pandemic-836697। আহৰণ কৰা হৈছে: 2023-03-05.
- ↑ admin (2020-05-18). "Hamari Bahu Silk actors demand salary via video" (en ভাষাত). ABP Live. https://news.abplive.com/videos/entertainment/television-hamari-bahu-silk-actors-demand-salary-via-video-1237991। আহৰণ কৰা হৈছে: 2021-01-19.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বন্দনা বিঠলানী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।