সমললৈ যাওক

বল্লী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বল্লী
সহানুভূতি আৰু ইচ্ছাশক্তিৰ দেৱী [1]
বল্লী
ৰাজা ৰবি বাৰ্মাৰ পেইণ্টিঙত মুৰুগানৰ সৈতে বল্লী (বাওহাতে)
অন্য নাম সুন্দৰৱল্লী
তামিল வள்ளி
সম্পৰ্ক শৈৱবাদ, বৈষ্ণৱবাদ
নিবাস স্কন্দলোক
সঙ্গী মুৰুগান
পিতৃ-মাতৃ বিষ্ণ আৰু লক্ষ্মী (সুন্দৰৱল্লী)
নম্বী (বল্লী)
সহোদৰ দেৱসেনা
আসন/বাহন হৰিণা

বল্লী (ইংৰাজী: Vaḷḷi ; তামিল: வள்ளி; আক্ষৰিক অৰ্থ: লতা, মিঠাআলুৰ গছ)[2] হিন্দু সহানুভূতিৰ দেৱী আৰু দেৱতা মুৰুগানৰ দ্বিতীয় পত্নী; বিষ্ণুৰ কন্যা সুন্দৰৱল্লী দেৱীৰ অৱতাৰ।[3] বল্লীৰ জন্ম পৃথিৱীত চিকাৰীৰ জীৱন যাপন কৰা এজন চৰ্দাৰৰ কন্যা হিচাপে হৈছিল। তামিল লোককথা অনুসৰি যুদ্ধৰ দেৱতা মুৰুগানে অৱশেষত তেওঁক প্ৰলোভিত কৰি বিয়া কৰায়। তেওঁৰ সৈতে জড়িত দুটা কিংবদন্তিৰ উৎপত্তি পাহাৰীয়া অঞ্চলৰ পৰা হৈছে, যাক তামিলাকমত কুৰুঞ্জী নামেৰেও জনাজাত। তেওঁৰ ভগ্নী অমৃতাৱল্লীও (দেৱসেনা) ইন্দ্ৰৰ দত্তক কন্যা হিচাপে মুৰুগানক বিয়া কৰায়

  1. Artistic Visions and the Promise of Beauty: Cross-Cultural Perspectives. Springer. 6 March 2017. ISBN 9783319438931. https://books.google.com/books?id=8k5GDgAAQBAJ&dq=valli+goddess+of+aspiration&pg=PA91. 
  2. Dictionary definition is: வள்ளி (vaḷḷi), s. a plant, convolvulus batatas; 2. a winding plant, dioscorea sativa, படர்கொடி; 3. a ratan-shield, பிரப்பங் கேடகம்; 4. a jewel, ஆபரணம்; 5. a bracelet, கைவளை; 6. a kind of play, a dance, ஓர் கூத்து; 7. a consort of Subramanya. Fabricius, Johann Philipp. J. P. Fabricius's Tamil and English dictionary. 4th ed., rev.and enl. Tranquebar: Evangelical Lutheran Mission Pub. House, p,855, online (1972) edition
  3. Good, Anthony (2004) (en ভাষাত). Worship and the Ceremonial Economy of a Royal South Indian Temple. প্ৰকাশক Lewiston, New York: Edwin Mellen Press. ISBN 978-0-7734-6397-4. https://books.google.com/books?id=GmV9AAAAMAAJ&q=sundaravalli+goddess. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]