সমললৈ যাওক

বহু বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বহু বেগম
পৰিচালক M. Sadiq
চিত্ৰনাট্য এম চিদিক
তাবিছ চুলতানপুৰী (সংলাপ)
কাহিনী জান নিচাৰ আখটাৰ
প্ৰযোজক জান নিচাৰ আখটাৰ
অভিনয়ত মীনা কুমাৰী
অশোক কুমাৰ
প্ৰদীপ কুমাৰ
চিত্ৰগ্ৰহণকাৰী নাৰিমান এ ইৰাণী
সম্পাদনা মুছা মনচুৰ
সংগীত পৰিচালক ৰোশন
ছাহিৰ লুধিয়ানৱী (গীত)
মুক্তি
১৯৬৭ (1967)
দৈৰ্ঘ্য
১৬৭ মিনিট
দেশ ভাৰত
ভাষা হিন্দী/উৰ্দু

বহু বেগম' (ইংৰাজী: Bahu Begum ) ১৯৬৭ চনৰ এম ছাদিকৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী ছবি আৰু ইয়াত প্ৰদীপ কুমাৰ [1], মীনা কুমাৰী আৰু অশোক কুমাৰে অভিনয় কৰিছে। [2] ছবিখনৰ সংগীত ৰোশনৰ আৰু গীতৰ কথা ছাহিৰ লুধিয়ানৱীৰ। এই ছবিখন মহম্মদ ৰফী আৰু আশা ভোছলেই গোৱা "হম ইণ্টেজাৰ কৰেংগে তেৰা কয়ামত তক" আৰু লতা মংগেশকাৰে গোৱা "দুনিয়া কৰে সৱাল" গীতৰ বাবে পৰিচিত। [3] এইখন লক্ষ্ণৌৰ তংকালীন সময়ৰ ওপৰত আধাৰিত এখন মুছলিম পিৰিয়দ নাট্যধৰ্মী ছবি, যি বহু বেগমৰ জাগীৰৰ এটা পুৰণি কাহিনীৰ পটভূমিত ছবিখন নিৰ্মিত হৈছে।

লক্ষ্ণৌৰ এজন বিশেষ সা-সম্পত্তি নথকা নবাবৰ জীয়েক জীন্নতক নবাব ছিকন্দৰ মিৰ্জাই এখন গহনাৰ দোকানত দেখা পাই তেওঁৰ প্ৰেমত পৰে। আনহাতে তেওঁ নবাব ইউচুফক ভাল পায় আৰু ইউচুফৰ সৈতেহে নিকাহ কৰিব বিচাৰে। কিন্তু ইউচুফৰ খুৰাকে চালাকীৰে জীন্নতে গম নোপোৱাকৈয়ে তেওঁক ছিকন্দৰ মিৰ্জাৰ সৈতে নিকাহ কৰাই দিয়ে। পিছত ইউচুফে সকলো কথা গম পাই জীন্নতৰ ওচৰলৈ আহে। তেওঁ কয় যে নিকাহ যদিও অবৈধ আছিল, তথাপি এজন সৎ ব্যক্তি ছিকন্দৰৰ সন্মানৰ খাতিৰত তেওঁ ইউচুফৰ সৈতে যা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Bahu Begum (1967 film)". Upperstall.com website. Archived from the original on 23 December 2010. https://web.archive.org/web/20101223051854/http://upperstall.com/films/1967/bahu-begum। আহৰণ কৰা হৈছে: 16 February 2023. 
  2. "Bahu Begum (1967 film)". Complete Index To World Film (CITWF) website. http://www.citwf.com/film27424.htm। আহৰণ কৰা হৈছে: 16 February 2023. 
  3. "Bahu Begum (1967)". The Hindu. 10 Jul 2009. Archived from the original on 29 June 2013. https://archive.today/20130629110526/http://www.hindu.com/fr/2009/07/10/stories/2009071050190400.htm. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]