বাংলাদেশ নেচনেল উইমেন ল’ এছোচিয়েচন
অৱয়ব
| সংক্ষিপ্ত | BNWLA |
|---|---|
| গঠন | ১৯৭৯ |
| উদ্দেশ্য | আইনী সাহায্য, নাৰীৰ অধিকাৰ |
| Headquarters | ঢাকা, বাংলাদেশ |
Region served |
বাংলাদেশ |
Official language |
বাংলা |
বাংলাদেশ নেচনেল উইমেন ল’ এছ’চিয়েচন বাংলাদেশৰ ঢাকাত অৱস্থিত এটা উকীল সংস্থা।[1] এই সংস্থা ১৯৭৯ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে "দেশৰ প্ৰতিগৰাকী মহিলা আৰু শিশুৰ বাবে সম সুযোগ আৰু সম অধিকাৰ সৃষ্টি কৰা।" [2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Epstein, Irwin (2008). The Greenwood Encyclopedia of Children's Issues Worldwide: Asia and Oceania. Greenwood Publishing Group. পৃষ্ঠা. 50. ISBN 978-0-313-33620-1. https://books.google.com/books?id=LPVfEI1j15EC&pg=PA50। আহৰণ কৰা হৈছে: 28 December 2012.
- ↑ "Specific laws sought" (en ভাষাত). The Daily Star. 2017-12-13. http://www.thedailystar.net/city/specific-laws-sought-1504216.
- ↑ Women, U. N. (2017-11-28). "Creating a new normal, students across Bangladesh say no more sexual harassment" (en-US ভাষাত). Huffington Post. https://www.huffingtonpost.com/entry/creating-a-new-normal-students-across-bangladesh-say_us_5a1dbdeae4b094f5c77e00e6। আহৰণ কৰা হৈছে: 2017-12-16.