বঙালী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এয়া বঙালী ভাষাত ৰচনা কৰি সাহিত্য অকাডেমি বঁটা পোৱাসকলৰ তালিকা। সাহিত্য অকাডেমি বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয়, চিহ্নিত ভাষাসমূহত ৰচনা কৰা লেখকসকলক।

বিজয়ীসকল[1][সম্পাদনা কৰক]

বৰ্ষ বিজয়ী গ্ৰন্থ
১৯৫৫ জীবনানন্দ দাস (মৰণোত্তৰ) জীবনানন্দ দাশেৰ শ্ৰেষ্ঠ কবিতা (কবিতা সংকলন)
১৯৫৬ তাৰাশঙ্কৰ বন্দ্যোপাধ্যায় আৰোগ্য নিকেতন (উপন্যাস)
১৯৫৭ প্ৰেমেন্দ্ৰ মিত্ৰ সাগৰ থেকে ফেৰা (কবিতা)
১৯৫৮ ৰাজশেখৰ বসু আনন্দীবাঈ ইত্যাদি গল্প (চুটিগল্প)
১৯৫৯ গজেন্দ্ৰকুমাৰ মিত্ৰ কলকাতাৰ কাছেই (উপন্যাস)
১৯৬১ শশীভূষণ দাশগুপ্ত ভাৰতেৰ শক্তিসাধনা ও শাক্ত সাহিত্য (শাক্ত সংস্কৃতি বিষয়ক গবেষণাগ্ৰন্থ)
১৯৬২ অন্নদাশঙ্কৰ ৰায় জাপানে (ভ্ৰমণসাহিত্য)
১৯৬৩ অমিয় চক্ৰবৰ্তী ঘৰে ফেৰাৰ দিন (কবিতা)
১৯৬৪ সুভাষ মুখোপাধ্যায় যত দূৰেই যাই (কবিতা)
১৯৬৫ বিষ্ণু দে স্মৃতি সত্তা ভবিষ্যৎ (কবিতা)
১৯৬৬ মনোজ বসু নিশিকুটুম্ব (উপন্যাস)
১৯৬৭ বুদ্ধদেব বসু তপস্বী ও তৰঙ্গিনী (নাটক)
১৯৬৯ মণীন্দ্ৰ ৰায় মোহিনী আড়াল (কবিতা)
১৯৭০ আবু সয়ীদ আইয়ুব আধুনিকতা ও ৰবীন্দ্ৰনাথ (সাহিত্য সমালোচনা)
১৯৭১ উমাপ্ৰসাদ মুখোপাধ্যায় মণিমহেশ (ভ্ৰমণসাহিত্য)
১৯৭২ সন্তোষকুমাৰ ঘোষ শেষ নমষ্কাৰ (উপন্যাস)
১৯৭৪ নীৰেন্দ্ৰনাথ চক্ৰবৰ্তী উলঙ্গ ৰাজা (কবিতা)
১৯৭৫ বিমল কৰ অসময় (উপন্যাস)
১৯৭৬ মৈত্ৰেয়ী দেৱী ন হন্যতে (আত্মজীবনীমূলক উপন্যাস)
১৯৭৭ শংখ ঘোষ বাবৰেৰ প্ৰাৰ্থনা (কবিতা)
১৯৭৮ শঙ্কৰীপ্ৰসাদ বসু বিবেকানন্দ ও সমকালীন ভাৰতবৰ্ষ, প্ৰথম, দ্বিতীয় ও তৃতীয় খণ্ড (জীবনী ও সাংস্কৃতিক ইতিহাস)
১৯৭৯ মহাশ্বেতা দেৱী অৰণ্যেৰ অধিকাৰ (ঐতিহাসিক উপন্যাস)
১৯৮০ সমৰেশ বসু (কালকূট) শাম্ব (উপন্যাস)
১৯৮১ ৰাধাৰমণ মিত্ৰ কলিকাতা দৰ্পণ, প্ৰথম খণ্ড (স্থানীয় ইতিহাস ও সংস্কৃতি)
১৯৮২ কমল দাস অমৃতস্য পুত্ৰী (উপন্যাস)
১৯৮৩ শক্তি চট্টোপাধ্যায় যেতে পাৰি কিন্তু কেন যাবো (কবিতা)
১৯৮৪ সমৰেশ মজুমদাৰ কালবেলা (উপন্যাস)
১৯৮৫ সুনীল গঙ্গোপাধ্যায় সেই সময়, দ্বিতীয় পৰ্ব (ঐতিহাসিক উপন্যাস)
১৯৮৬ অমিয়ভূষণ মজুমদাৰ ৰাজনগৰ (উপন্যাস)
১৯৮৭ অৰুণ মিত্ৰ খুঁজতে খুঁজতে এত দূৰ (কবিতা)
১৯৮৮ ৰমাপদ চৌধুৰী বাড়ি বদলে যায়(উপন্যাস)
১৯৮৯ শীৰ্ষেন্দু মুখোপাধ্যায় মানবজমিন (উপন্যাস)
১৯৯০ দেবেশ ৰায় তিস্তাপাৰেৰ বৃত্তান্ত (উপন্যাস)
১৯৯১ মতি নন্দী সাদা খাম (উপন্যাস)
১৯৯২ অলোকৰঞ্জন দাশগুপ্ত মৰমী কৰাত (কবিতা)
১৯৯৩ শ্যামল গঙ্গোপাধ্যায় শাহজাদা দাৰাশুকো (ঐতিহাসিক উপন্যাস)
১৯৯৪ সৈয়দ মুস্তাফা সিৰাজ অলীক মানুষ (উপন্যাস)
১৯৯৫ নৰেশ গুহ নৰেশ গুহ কবিতা সংগ্ৰহ (কবিতা)
১৯৯৬ অশোক মিত্ৰ তালবেতাল (প্ৰবন্ধ)
১৯৯৭ নবাৰুণ ভট্টাচাৰ্য হাৰবাৰ্ট (উপন্যাস)
১৯৯৮ দিব্যেন্দু পালিত অনুভব (উপন্যাস)
১৯৯৯ নৱনীতা দেৱ সেন নব-নীতা (গদ্য-পদ্য)
২০০০ জয় গোস্বামী পাগলী তোমাৰ সঙ্গে (কবিতা)
২০০১ অতীন বন্দ্যোপাধ্যায় পঞ্চাশটি গল্প (চুটিগল্প)
২০০২ সন্দীপন চট্টোপাধ্যায় আমি ও বনবিহাৰী (উপন্যাস)
২০০৩ প্ৰফুল্ল ৰায় ক্ৰান্তিকাল (উপন্যাস)
২০০৪ সুধীৰ চক্ৰবৰ্তী বাউল ফকিৰ কথা (প্ৰবন্ধ)
২০০৫ বিনয় মজুমদাৰ হাসপাতালে লেখা কবিতাগুচ্ছ (কবিতা সংকলন)
২০০৬ অমৰ মিত্ৰ ধ্ৰুবপুত্ৰ (উপন্যাস)
২০০৭ সমৰেন্দ্ৰ সেনগুপ্তা আমাৰ সময় অল্প (কবিতা)
২০০৮ শৰৎকুমাৰ মুখোপাধ্যায় ঘুমেৰ বড়িৰ মতো চাঁদ (কবিতা)
২০০৯ সৌৰীন ভট্টাচাৰ্য কেন আমৰা ৰবীন্দ্ৰনাথকে চাই ও কীভাবে (প্ৰবন্ধ)
২০১০[2][3] বাণী বসু খনামিহিৰেৰ ঢিপি (উপন্যাস)
২০১১[4][5] মনীদ্ৰ গুপ্তা বনে আজ কোনক্ষেত্ৰ (কবিতা)
২০১২[6] সুব্ৰত মুখোপাধ্যায় বীৰাসন (উপন্যাস)
২০১৩[7] সুবোধ সৰকাৰ দ্বৈপায়ন হ্ৰদেৰ ধাৰে (কবিতা)
২০১৪ উৎপল কুমাৰ বসু পিয়া মনে ভাবে (কবিতা)
২০১৫ অলোক সৰকাৰ শোন জবাফুল (কবিতা)
২০১৬ নৃসিংহপ্ৰসাদ ভাদুড়ী মহাভাৰতেৰ অষ্টাদশী (প্ৰবন্ধ)
২০১৭[8] আফচাৰ আহমেদ সেই নিখোঁজ মানুষটা (উপন্যাস)
২০১৮[9] সঞ্জীৱ চট্টোপাধ্যায় শ্ৰীকৃষ্ণেৰ শেষ কটা দিন (চুটিগল্প)
২০১৯ চিন্ময় গুহ ঘুমেৰ দৰজা ঠেলে (প্ৰবন্ধ)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "awards & fellowships-Akademi Awards". Archived from the original on 2012-05-02. https://web.archive.org/web/20120502001955/http://tesla.websitewelcome.com/~sahit/old_version/awa10302.htm#bengali। আহৰণ কৰা হৈছে: 2014-11-28. 
  2. Bani Basu shortlisted for Sahitya Akademi award - Indian Express
  3. "Archived copy". Archived from the original on 2011-07-21. https://web.archive.org/web/20110721165755/http://sahitya-akademi.gov.in/sahitya-akademi/pdf/festival2011.pdf। আহৰণ কৰা হৈছে: 2011-02-02. 
  4. "Poets Dominate Sahitya Akademi Awards 2011" (Press release). Sahitya Akademi. 2011-12-21. Archived from the original on 2012-05-08. https://web.archive.org/web/20120508031321/http://sahitya-akademi.gov.in/sahitya-akademi/pdf/award-2011.pdf। আহৰণ কৰা হৈছে: 2011-12-21. 
  5. "Guha wins it for narrative history". The Hindu. 21 December 2011. http://www.thehindu.com/arts/books/article2735882.ece. 
  6. "Poets Dominate Sahitya Akademi Awards 2012" (Press release). Sahitya Akademi. 2012-12-20. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sa-award2012.pdf। আহৰণ কৰা হৈছে: 2013-01-02. 
  7. "Poets dominate Sahitya Akademi Awards 2013". Sahitya Akademi. 2013-12-18. Retrieved 2013-12-18.
  8. "..:: SAHITYA : Akademi Awards ::..". sahitya-akademi.gov.in. http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi%20samman_suchi.jsp#BENGALI। আহৰণ কৰা হৈছে: 2018-02-15. 
  9. "Sahitya Akademi Press Release 2018". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sahityaakademiawards2018.pdf.