সমললৈ যাওক

বাওখুংৰি বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোকৰাঝাৰ
সমষ্টি নং- ৪ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাকোকৰাঝাৰ জিলা
লোকসভা সমষ্টিকোকৰাঝাৰ
প্ৰতিস্থা২০২৩
সংৰক্ষণনাই (সাধাৰণ)
বিধান সভাৰ সদস্য
পদাধিকাৰী
ৰূপম চন্দ্ৰ ৰয়
দলবড়োলেণ্ড পিপলছ ফ্ৰণ্ট
মিত্ৰগোটএন.ডি.এ
নিৰ্বাচিত বছৰ২০২৬

বাওখুংৰি বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা উপত্যকা বা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।[1]

ভৌগোলিক অৱস্থিতি

[সম্পাদনা কৰক]

বাওখুংৰি বিধানসভা সমষ্টি অসমৰ নামনি অসম সংমণ্ডলৰ কোকৰাঝাৰ জিলাত অৱস্থিত। এই সমষ্টিটো মূলতঃ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি) এলেকাৰ অন্তৰ্ভুক্ত।

সমষ্টিৰ ইতিহাস

[সম্পাদনা কৰক]

ভাৰতৰ নিৰ্বাচন আয়োগৰ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত জাননী অনুসৰি ৪ নম্বৰ বাওখুংৰি বিধানসভা সমষ্টিটো গঠন কৰা হয়। ২০২৬ চনত এই সমষ্টিটোত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
বৰ্ষসদস্যদলমিত্ৰজোঁট
২০২৬ৰূপম চন্দ্ৰ ৰয়বড়োলেণ্ড পিপলছ ফ্ৰণ্টএন.ডি.এ

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ সাধাৰণ নিৰ্বাচন

[সম্পাদনা কৰক]
২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: বাওখুংৰি
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বড়োলেণ্ড পিপলছ ফ্ৰণ্ট ৰূপম চন্দ্ৰ ৰয় ৬২,৬৭৭ ৪১.৯৫
ভাৰতীয় জাতীয় কংগ্ৰেছ চাপালি মাৰাক ৩৮,৯৬৭ ২৬.০৮
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল প্ৰতিভা ব্ৰহ্ম ২১,২৪৫ ১৪.২২
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ উদংশ্ৰী নাৰ্জাৰী ২,৫৬৫ ১.৭২
ন’টা ওপৰৰ এটাও নহয় ১,৬৬৮ ১.১২
সংখ্যাগৰিষ্ট ২৩,৭১০
মুঠ ভোটদান ১,৪৯,৪২২
ছুইং {{{swing}}}

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Delimitation of Parliamentary & Assembly Constituencies of State of Assam". ভাৰতৰ নিৰ্বাচন আয়োগ. https://eci.gov.in/files/file/15234-delimitation-of-parliamentary-assembly-constituencies-in-the-state-of-assam/ আহৰণ কৰা হৈছে: ২০ জুন ২০২৬.