সমললৈ যাওক

বাঘবৰ বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাঘবৰ
Former cসমষ্টি নং- ৪৫ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগনামনি অসম
জিলাবৰপেটা
লোকসভা সমষ্টিবৰপেটা
প্ৰতিস্থা১৯৬৭
Abolished২০২৩
মুঠ ভোটাৰ165,834
সংৰক্ষণনাই

বাঘবৰ বিধানসভা সমষ্টি (ইংৰাজী: Baghbar Assembly constituency) আছিল উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ বিধানসভাৰ অন্যতম সমষ্টি। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত এই সমষ্টিটো সম্পূৰ্ণৰূপে বিলুপ্ত কৰা হয়।

এই সমষ্টিটো বৰপেটা জিলাৰ অন্তৰ্গত আছিল আৰু ই বৰপেটা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত আছিল। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নাছিল (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
Election Member Party affiliation
১৯৬৭ জে. আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭২ জলাল উদ্দিন আহমেদ স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৭৮ ইব্ৰাহিম আলী স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৩ ইব্ৰাহিম আলী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ শ্বেখ আব্দুল হমিদ স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১ ডি. হুছেইন স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯৬ শ্বেখ আব্দুল হমিদ ইউনাইটেড মাইনৰিটিজ ফ্ৰণ্ট, অসম
২০০১ ড° দিলদাৰ ৰেজা ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬ ডি. হুছেইন সৰ্বভাৰতীয় ডেম’ক্ৰেটিক ফ্ৰণ্ট
২০১১ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬ শ্বেৰমান আলী আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০২১

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২১ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত এই সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০২১ৰ অসম বিধানসভা নিৰ্বাচন: বাঘবৰ
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
আইএনচি শ্বেৰমান আলী আহমেদ 79,257 54.34 +2.23
AIUDF ৰাজীব আহমেদ 43,881 30.09 −14.15
বিজেপি হাছেম আলী আহমেদ 18,246 12.51
ওপৰৰ এটাও নহয় (নটা) নটা 1,120 0.77
সংখ্যাগৰিষ্ট 35,376 24.25 +16.38
মুঠ ভোটদান 1,45,860 87.95
ছুইং

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০১৬ৰ অসম বিধানসভা নিৰ্বাচন: বাঘবৰ
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
আইএনচি শ্বেৰমান আলী আহমেদ 73,340 52.11
AIUDF শ্বেখ আব্দুল হমিদ 62,227 44.24
অগপ মুকুল হুছেইন 2,746 1.95
ওপৰৰ এটাও নহয় (নটা) নটা 982 0.70
সংখ্যাগৰিষ্ট 11,113 7.87
মুঠ ভোটদান 1,40,735 88.85
ছুইং

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]