বাঙালী সাহিত্যিকৰ ছদ্মনাম
অৱয়ব
বাংলা ভাষাত ৰচিত সাহিত্যকৰ্মকে বাংলা সাহিত্য নামেৰে জনা যায়। আনুমানিক খ্ৰীষ্টীয় সপ্তম শতিকাৰ মাজভাগৰ আশে-পাশে বাংলা ভাষাত সাহিত্য ৰচনা আৰম্ভ হৈছিল। বাংলা ভাষাৰ লগতে পৃথিৱীৰ সকলো সাহিত্যতে সাহিত্যিকসকলে বহু সময়ত নিজৰ প্ৰকৃত নাম গোপনে ৰাখি আন নামেৰে সাহিত্য সৃষ্টি কৰাৰ নজিৰ আছে। বাংলা ভাষাও ইয়াৰ ব্যতিক্ৰম নহয়। বহু কবি, লেখক, ঔপন্যাসিক, নাট্যকাৰে নিজৰ প্ৰকৃত নাম লুকুৱাই ছদ্মনামেৰে সাহিত্য ৰচনা কৰিছিল। তলত তেনে এখন তালিকা দিয়া হ’ল।
তালিকা
[সম্পাদনা কৰক]| সময় | জন্মস্থান | প্ৰকৃত নাম | ছদ্মনাম | বিশেষত্ব | টীকা |
|---|---|---|---|---|---|
| ১০ জানুৱাৰি ১৯৮৮ - (এতিয়াও জীৱিত) | শালজোড়, বীৰভূম, পশ্চিমবঙ্গ, ভাৰত | মুহাম্মাদ আব্দুল আলিম | শঙ্খচিল | সাহিত্যিক, সাংবাদিক আৰু চলচ্চিত্ৰ পৰিচালক | বুলবুলি নীৰৱ নাৰ্গিছ বনে, নগ্নকাল, দেওবন্দ আন্দোলন, স্বাধীনতা সংগ্ৰামে নজৰুলেৰ অৱদান, ইতিহাসেৰ অজানা অধ্যায়, ফাইনাল ৰিপ্লাই টু এথিইষ্ট, জীবনানন্দ দাশেৰ কবিতাৰ প্ৰাচ্য ও পাশ্চাত্যেৰ প্ৰভাৱ, জীবনানন্দেৰ বনলতা সেন, নজৰুলেৰ বিদ্ৰোহী কবিতাৰ শতবৰ্ষ |
| ১৯০৩-১৯৭৬ | নোৱাখালী, বাংলাদেশ | অচিন্ত্যকুমাৰ সেনগুপ্ত | নীহাৰিকা দেৱী | কবি, ঔপন্যাসিক | |
| ১৮৮২-১৯৫৮ | অনুৰূপা দেৱী | অনুপমা দেৱী | ঔপন্যাসিক | ||
| ১৮৯১ - ১৯৬৫ | কলকাতা | কেদাৰনাথ চট্টোপাধ্যায় | জগন্নাথ পণ্ডিত | সাংবাদিক | |
| ১৯০৪-২০০২ | ওড়িশা, ভাৰত | অন্নদাশংকৰ ৰায় | লীলাময় ৰায় | কবি, ঔপন্যাসিক, প্ৰাবন্ধিক | |
| ২০ ডিচেম্বৰ, ১৯২৮ - ৩ জুন, ২০১৮[1] | বৰিশাল | অৰবিন্দ গুহ[2] | ইন্দ্ৰমিত্ৰ | প্ৰাবন্ধিক, কবি | |
| ২১ ডিচেম্বৰ ১৮৫৪ - ৬ ডিচেম্বৰ ১৯২২[3] | চিলেট, সুনামগঞ্জ | অহিদুৰ ৰেজা | হাসন ৰাজা | ||
| ১৯২৭-১৯৭১ | ফেনী, বাংলাদেশ | আবু নাঈম মোহাম্মদ শহীদুল্লাহ | শহীদুল্লা কায়সাৰ | ঔপন্যাসিক | |
| আবুল ফজল | শমসেৰ উল আজাদ | ||||
| আবুল হোছেন মিঞা | আবুল হাসান | ||||
| ২৬ ছেপ্টেম্বৰ ১৮২০ - ২৯ জুলাই ১৮৯১ | বীৰসিংহ,মেদিনীপুৰ | ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ | কস্যচিৎ উপযুক্ত ভাইপোস্য; কস্যচিৎ উপযুক্ত ভাইপো সহচৰস্য | ||
| এম. ওবায়দুল্লাহ | আসকাৰ ইবনে শাইখ | ||||
| ১৮৫৭-১৯৫১ | ঢাকা, বাংলাদেশ | কাজেম আল কোৰেশী | কায়কোবাদ | কবি | |
| ২৪ মে ১৮৯৯ - ২৯ আগষ্ট ১৯৭৬ | চুৰুলিয়া,বৰ্ধমান | কাজী নজৰুল ইসলাম | নুৰু; নুৰুল ইসলাম; ব্যাঙাচি | [4] | |
| দুলাল মুখোপাধ্যায় | অবধূত | ||||
| ২৩ ফেব্ৰুৱাৰি ১৮৩০ - ২৪ জুলাই ১৮৭০ | কলকাতা | কালীপ্ৰসন্ন সিংহ | হুতোম পেঁচা | ব্যঙ্গ সাহিত্যিক | হুতোম পেঁচাৰ নকশা ৰচনাৰ জনক, যিখন প্ৰথম কথ্য বাংলা ভাষাত লেখা হৈছিল |
| ১২ অক্টোবৰ ১৮৬৪ - ২৭ ছেপ্টেম্বৰ ১৯৩৩ | কামিনী ৰায় | জনৈক বঙ্গমহিলা | |||
| ২৩ মাৰ্চ ১৯০২ - ২৫ মে ১৯৮১ | চাৰুচন্দ্ৰ চক্ৰবৰ্তী | জৰাসন্ধ | |||
| জমীৰউদ্দীন মোল্লা | |||||
| ১৮৯৮-১৯৭১ | বীৰভূম, ভাৰত | তাৰাশংকৰ বন্দ্যোপাধ্যায় | হাবু শৰ্মা | ঔপন্যাসিক, চুটিগল্প লেখক | |
| দক্ষিণাৰঞ্জন মিত্ৰমজুমদাৰ | শ্ৰী কাব্যানন্দ | ||||
| ১৯১৮-১৯৭০ | বালিয়াডাঙ্গী, বাংলাদেশ | নাৰায়ণ গঙ্গোপাধ্যায় | সুনন্দ; | ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ | |
| ১৯১১-১৯৮৬ | নড়াইল, বাংলাদেশ | নীহাৰৰঞ্জন গুপ্ত | দাদাভাই; বাণভট্ট | ঔপন্যাসিক | |
| ১৯ মে ১৯০৮ – ৩ ডিচেম্বৰ ১৯৫৬ | দুমকা,চাওতাল পৰগনা | প্ৰবোধকুমাৰ বন্দ্যোপাধ্যায় | মাণিক বন্দ্যোপাধ্যায় | ||
| ১৮৬৮-১৯৪৬ | পাবনা, বাংলাদেশ | প্ৰমথ চৌধুৰী | বীৰবল | কবি, প্ৰাবন্ধিক | |
| ৪ ছেপ্টেম্বৰ ১৯০৪ - ৩ মে ১৯৮৮ | বাৰাণসী, উত্তৰ প্ৰদেশ | প্ৰেমেন্দ্ৰ মিত্ৰ | কৃত্তিবাস ভদ্ৰ; লেখৰাজ সামন্ত | ||
| ২২ জুলাই ১৮১৪ - ২৩ নৱেম্বৰ ১৮৮৩ | প্যাৰীচাঁদ মিত্ৰ | টেকচাঁদ ঠাকুৰ | |||
| ২৬ জুন ১৮৩৮ - ৮ এপ্ৰিল ১৮৯৪ | কাঁঠালপাড়া,নৈহাটি | বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় | কমলাকান্ত; মুচিৰাম গুড় | ||
| ১৯ জুলাই ১৮৯৯ - মৃত্যু: ৯ ফেব্ৰুৱাৰি ১৯৭৯ | বলাইচাঁদ মুখোপাধ্যায় | বনফুল | |||
| বিনয়কৃষ্ণ মুখোপাধ্যায় | যাযাবৰ | ||||
| ১৪ জুন, ১৯১৭ - ২৪ জুলাই, ১৯৮০ | গোড়াপাড়া গ্ৰাম, যশোৰ | বিনয় ঘোষ | কালপেঁচা[5] | প্ৰাবন্ধিক | |
| ২৪ অক্টোবৰ ১৮৯৪ - ৩০ জুলাই ১৯৮৭ | বিভূতিভূষণ মুখোপাধ্যায় | ক্বচিৎ প্ৰৌঢ় | |||
| বিমল ঘোষ | মৌমাছি | ||||
| ১৮ মাৰ্চ ১৯১২ - ২ ডিচেম্বৰ ১৯৯১ | বিমল মিত্ৰ | জাবালি | |||
| মইনুদ্দিন আহমেদ | সেলিম আল দীন | ||||
| বনগাঁ, উত্তৰ চব্বিশ পৰগনা, পশ্চিমবঙ্গ | মণিশংকৰ মুখোপাধ্যায় | শংকৰ | |||
| মণীশ ঘটক | যুবনাশ্ব | ||||
| মনিৰুজ্জামান | হায়াৎ মামুদ | ||||
| মহাশ্বেতা দেবী | সুমিত্ৰা দেবী | ||||
| সাগৰদাঁড়ি,যশোহৰ | মাইকেল মধুসূদন দত্ত | টিমোথি পেনপয়েম [6] | |||
| মীৰ মশাৰৰফ হোসেন | গৌড়তটবাসী মশা; উদাসীন পথিক; গাজী মিয়াঁ | ||||
| মোহাম্মদ জহিৰুল্লাহ | জহিৰ ৰায়হান | ||||
| ২৬ অক্টোবৰ, ১৮৮৮ – মৃত্যু : ২৬ জুলাই, ১৯৫২ | মোহিতলাল মজুমদাৰ | কৃত্তিবাস ওঝা; সত্যসুন্দৰ দাস | |||
| মোঃ শহীদুল হক | শহীদুল জহিৰ | ||||
| ৭ মে ১৮৬১-১৯৪১ ৭ আগষ্ট [২৫ ব'হাগ, ১২৬৮-২২ শাওন, ১৩৪৮] | জোড়াসাঁকো ঠাকুৰবাড়ি, কলকাতা, ভাৰত | ৰবীন্দ্ৰনাথ ঠাকুৰ | ভানুসিংহ ঠাকুৰ; আন্নাকালী পাকড়াশি; শ্ৰীমতী মধ্যমা | ||
| ১৬ মাৰ্চ ১৮৮০ - ২৭ এপ্ৰিল ১৯৬০ | ৰাজশেখৰ বসু | পৰশুৰাম | |||
| ৰোকনুজ্জামান খান | দাদাভাই | ||||
| ১৫ আগষ্ট ১৯৩১ - ২১ ডিচেম্বৰ, ২০২১ | শৰৎকুমাৰ মুখোপাধ্যায় | নমিতা মুখোপাধ্যায়[7] | কবি | ||
| ১৫ ছেপ্টেম্বৰ ১৮৭৬-১৯৩৮ ১৬ জানুৱাৰি | দেবানন্দপুৰ,হুগলী | শৰৎচন্দ্ৰ চট্টোপাধ্যায় | অনিলা দেবী, অপৰাজিতা দেবী, শ্ৰী চট্টোপাধ্যায়, অনুৰূপা দেবী, পৰশুৰাম, শ্ৰীকান্ত শৰ্মা, সুৰেন্দ্ৰনাথ গঙ্গোপাধ্যায়।[8] | ||
| শম্ভু মিত্ৰ | প্ৰসাদ দত্ত; শ্ৰী সঞ্জীব; সুৰঞ্জন চট্টোপাধ্যায় | ||||
| শেখ আজিজুৰ ৰহমান | শওকত ওসমান | ||||
| ২৭ ছেপ্টেম্বৰ ১৯০৬ – ৩০ মাৰ্চ ১৯৬৫ | সতীনাথ ভাদুড়ী | চিত্ৰগুপ্ত | |||
| ১৯২৪-১৯৮৮ | বিক্ৰমপুৰ, বাংলাদেশ | সমৰেশ বসু | কালকূট; ভ্ৰমৰ | ||
| ২৬ অক্টোবৰ ১৯২৭ ― ১৫ নৱেম্বৰ ২০০১[9] | ৰাজশাহী | সমৰেন্দ্ৰ নাথ পাণ্ডে[10] | শ্ৰীস্বপনকুমাৰ, জ্যোতিষী শ্ৰীভৃগু, ডক্টৰ এচ এন পাণ্ডে। | ৰহস্য কাহিনী, জ্যোতিষ গ্ৰন্থ, ডাক্তাৰি বিদ্যাৰ কিতাপ আৰু অন্যান্য | |
| ১৯৩৪-২০১২ | মাদাৰীপুৰ, বাংলাদেশ | সুনীল গঙ্গোপাধ্যায় | নীল উপাধ্যায়; নীল লোহিত; সনাতন পাঠক; সুজন পাঠক | ||
| সুভাষ মুখোপাধ্যায় | সুবচনী; পদাতিক | ||||
| সোমেন চন্দ | ইন্দ্ৰকুমাৰ সোম | ||||
| ১৯০৪-১৯৭৪ | কৰিমগঞ্জ, অসম | সৈয়দ মুজতবা আলী | প্ৰিয়দৰ্শী; ওমৰ খৈয়াম; মুসাফিৰ; সত্য পীৰ; বৈকুণ্ঠ শৰ্মা; সত্যব্ৰত শৰ্মা | ||
| ১৯৩৫ - ২০১৬ | কুড়িগ্ৰাম | সৈয়দ শামসুল হক | নবী মুন্সী | ||
| ১৮৩৩-১৮৯৬ | কুষ্টিয়া, বাংলাদেশ | হৰিনাথ মজুমদাৰ | কাঙাল হৰিনাথ | সাংবাদিক আৰু প্ৰকাশক | গ্ৰামবাৰ্ত্তা প্ৰকাশিকা পত্ৰিকা |
| হৰিশচন্দ্ৰ গঙ্গোপাধ্যায় | ৰাজচণ্ডাল; নটৰাজন[11] | ৰহস্য উপন্যাস, গল্প | কিছু ৰচনাৰ নাম: স্কটল্যাণ্ড ইয়াৰ্ড, ইলিশ জোড়, আমি পাকিস্থানী গুপ্তচৰ, মেয়ে পুলিশেৰ ডায়েৰী, বলয়গ্ৰাস[12] | ||
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "চিৰপ্ৰেমিক কবি কবি অৰবিন্দ গুহেৰ প্ৰয়াণলেখ – কালি ও কলম". 2021-08-21. https://www.kaliokalam.com/%E0%A6%9A%E0%A6%BF%E0%A6%B0%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%AE%E0%A6%BF%E0%A6%95-%E0%A6%95%E0%A6%AC%E0%A6%BF-%E0%A6%95%E0%A6%AC%E0%A6%BF-%E0%A6%85%E0%A6%B0%E0%A6%AC%E0%A6%BF%E0%A6%A8/.
- ↑ ৰায়, বিশ্বজিৎ (2021-08-21). "সৰল ভাবে জানতে বুঝতে সাহায্য কৰে". https://www.anandabazar.com/culture/book-reviews/review-of-book-written-by-france-bhattacharya-1.1125183.
- ↑ সাঁচ:সাময়িকী উদ্ধৃতি
- ↑ এটি ঠিক সে অৰ্থে ছদ্মনাম নয়, তবে নজৰুল “বাঁধন-হাৰা” এবং দু-একটি আত্মজৈবনিক ৰচনায় এই নাম ব্যৱহাৰ কৰেছেন।
- ↑ "সমাজতাত্ত্বিক, গবেষক, চিন্তক-- এক অনন্য বাঙালি 'কালপেঁচা'". 2021-08-21. https://zeenews.india.com/bengali/photos/binoy-ghosh-a-critiqe-a-writer-a-thinker-of-modern-bengali-culture-386880.
- ↑ "দত্ত, মাইকেল মধুসূদন - বাংলাপিডিয়া" (bn ভাষাত). 2021-10-05. https://bn.banglapedia.org/index.php/%E0%A6%A6%E0%A6%A4%E0%A7%8D%E0%A6%A4,_%E0%A6%AE%E0%A6%BE%E0%A6%87%E0%A6%95%E0%A7%87%E0%A6%B2_%E0%A6%AE%E0%A6%A7%E0%A7%81%E0%A6%B8%E0%A7%82%E0%A6%A6%E0%A6%A8.
- ↑ "ধৰ্মেৰ চিন্তা তো আত্মানুসন্ধানও". 2021-08-17. https://www.anandabazar.com/culture/book-reviews/the-thought-of-religion-is-also-discovering-yourself-1.1029782.
- ↑ "শৰৎচন্দ্ৰ চট্টোপাধ্যায়" (en-US ভাষাত). 2021-10-05. http://www.bcspass.com/%e0%a6%b6%e0%a6%b0%e0%a7%8e%e0%a6%9a%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%8d%e0%a6%b0-%e0%a6%9a%e0%a6%9f%e0%a7%8d%e0%a6%9f%e0%a7%8b%e0%a6%aa%e0%a6%be%e0%a6%a7%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a7%9f/.
- ↑ সাঁচ:সাময়িকী উদ্ধৃতি
- ↑ "জ্যোতিষী স্বপনকুমাৰ (শ্ৰীভৃগু) এমবিবিএস" (bn ভাষাত). 2021-08-03. Archived from the original on 2019-05-25. https://web.archive.org/web/20190525181413/https://eisamay.indiatimes.com/entertainment/cinema/swapankumar-to-shri-vrigu/articleshow/34231694.cms। আহৰণ কৰা হৈছে: 2025-06-30.
- ↑ "ছদ্মনামেৰ আড়ালে". 2021-08-02. Archived from the original on 2021-08-02. https://web.archive.org/web/20210802191222/https://www.epaper.eisamay.com/imageview_3891_12839_4_5_01-08-2021_2_i_1_sf.html। আহৰণ কৰা হৈছে: 2025-06-30.
- ↑ "ছদ্মনামেৰ আড়ালে". 2021-08-02. Archived from the original on 2021-08-02. https://web.archive.org/web/20210802191222/https://www.epaper.eisamay.com/imageview_3891_12839_4_5_01-08-2021_2_i_1_sf.html। আহৰণ কৰা হৈছে: 2025-06-30.