সমললৈ যাওক

বাণী সান্ধু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাণী সান্ধু
"মেডেল" চলচ্চিত্ৰৰ ফটো শ্বুটত বাণী সান্ধু
"মেডেল" চলচ্চিত্ৰৰ ফটো শ্বুটত বাণী সান্ধু
পৃষ্ঠভূমি
জন্ম নাম ৰূপিন্দৰ কৌৰ সান্ধু
জন্ম ১৮ ডিচেম্বৰ, ১৯৯৩ (৩২ বছৰ)
অমৃতসৰ, পঞ্জাব, ভাৰত
উৎসস্থান মোহালী, পঞ্জাব, ভাৰত
সংগীতৰ ধৰণ পঞ্জাবী
পেচা
  • কণ্ঠশিল্পী
  • অভিনেত্ৰী
বাদ্যযন্ত্ৰ কণ্ঠস্বৰ
সক্ৰিয়তাৰ বছৰ (২০১৮–বৰ্তমান)
লেবেল *হোৱাইট হিল মিউজিক
  • দেশী জংচন
  • ব্ৰাউন টাউন মিউজিক
  • হাম্বল মিউজিক
  • চিংগল ট্ৰেক ষ্টুডিঅʼছ
ৱেবছাইট ইনষ্টাগ্ৰামত বাণী সান্ধু

বাণী সান্ধু (ইংৰাজী: Baani Sandhu; জন্ম: ১৮ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।[1] তেওঁ পঞ্জাবী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰত তেওঁৰ কামৰ বাবে জনাজাত।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৯৩ চনৰ ১৮ ডিচেম্বৰ তাৰিখে, ভাৰতৰ পঞ্জাব ৰাজ্যৰ অমৃতসৰত, এটি জাঠ শিখ পৰিয়ালত, ৰূপিন্দৰ কৌৰ সান্ধু ওৰফে বাণী সান্ধুৰ জন্ম হৈছিল।[4] পঞ্জাবৰ মোহালী চহৰত বাণী ডাঙৰ-দীঘল হৈছিল। তেওঁ চণ্ডীগড়ৰ এৰিয়া ৩৭-ডিত অৱস্থিত গভৰ্ণমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডাৰি স্কুলত অধ্যয়ন কৰিছিল।[5] গ্ৰেড স্কুল শেষ কৰাৰ পিছত তেওঁ ডিজাইনৰ শিক্ষা গ্ৰহণ কৰে।

সংগীত জীৱন

[সম্পাদনা কৰক]

বাণী সন্ধুৱে ২০১৮ চনত, "ফৌজি দি বান্দুক" নামৰ পঞ্জাবী গীতটিৰ জৰিয়তে সংগীত জীৱনৰ আৰম্ভণি কৰিছিল। হাম্বল মিউজিক আৰু গিপ্পী গ্ৰেৱালৰ অধীনত তেওঁ গীতটিত কণ্ঠ নিগৰাইছিল। তাৰ পিছত, তেওঁ পঞ্জাবী কণ্ঠশিল্পী দিলপ্ৰীত ঢিল্লোঁৰ সৈতে যুটীয়াভাৱে কাম কৰিছিল। তেওঁ ২০১৯ চনত "৮ পাৰ্চে" গীতটোত কণ্ঠদানেৰে সাফল্য অৰ্জন কৰিছিল। এই গীতটি গ্লʼবেল ইউটিউব সাপ্তাহিক চাৰ্ট আৰু ইউ কে মিউজিক এছিয়ান চাৰ্টতো প্ৰকাশ পাইছিল।[6][7]

সংগীতপঞ্জী

[সম্পাদনা কৰক]

ষ্টুডিঅ’ এলবাম

[সম্পাদনা কৰক]
শিৰোনাম এলবামৰ বিৱৰণ গীতৰ কথা সহ-শিল্পী(সকল)
দ্য বছ লেডী[8]
  • প্ৰকাশিত: ৪ আগষ্ট ২০২২
  • লেবেল:দেশী জংচন
  • সংগীত: গুৰ সিধু, দ্য কিড,মিক্সসিং, ৰেট্ৰো
  • ট্ৰেকৰ সংখ্যা: ১০
  • বিতৰণ: বিলিভ মিউজিক
  • ফৰ্মেট: ডিজিটেল ডাউনলোড, ষ্ট্ৰিমিং
জাচ্চি লোহকা

কাপ্তান

বাব্বু

জাচ্চা ঢিল্লোঁ

  • গুৰ সিধু
  • জাচ্চা ঢিল্লোঁ
  • গুৰমান সান্ধু

একক সংগীতপঞ্জী

[সম্পাদনা কৰক]

মুখ্য কণ্ঠশিল্পী হিচাপে

[সম্পাদনা কৰক]
গান বৰ্ষ সংগীত গীতিকাৰ লেবেল টোকা
ফৌজি দি বান্দুক ২০১৮ মিষ্টাবাজ জাচ্চি লোহকা হাম্বল মিউজিক গিপ্পী গ্ৰেৱালৰ দ্বাৰা মুক্তিপ্ৰাপ্ত
চৰপঞ্চী ৱেষ্টাৰ্ণ পেণ্ডু ভিএছ ৰেকৰ্ডছ দিলপ্ৰীত ঢিল্লোঁ অভিনীত
এফেয়াৰ ২০১৯ দ্য কিড হোৱাইট হিল মিউজিক
ফটো প্ৰীত হুণ্ডাল চিংগল ট্ৰেক ষ্টুডিঅʼছ জাছ বাজৱা অভিনীত
৮ পাৰ্চে [9] গুৰ সিধু হোৱাইট হিল মিউজিক গুৰ সিধু অভিনীত
ফুলকাৰী ২০২০ ৱেষ্টাৰ্ণ পেণ্ডুজ দিলপ্ৰীত ঢিল্লোঁ অভিনীত
২ ঘোৰে [10] দ্য কিড জাচ্চি লোহকা আৰু হৰৱী দেশী জংচন কমল খাইৰা অভিনীত
বেল বটম গুৰ সিধু জাচ্চি লোহকা মনকীৰ্ত ঔলখ আৰু গুৰ সিধু অভিনীত
মাঝে ৱালে [11] ২০২১ দ্য কিড মিষ্টাৰ এমএনভি অভিনীত
আগ্গ আত্ত কোকা কেহৰ [12] গুৰ সিধু কাপ্তান গুৰনাম ভুল্লাৰৰ লগত ডিউট[13]
পিষ্টল জাচ্চি লোহকা আৰু জাচ্চা ঢিল্লোঁ জাচ্চা ঢিল্লোঁ অভিনীত
তেৰে পিছে পিছে ২০২২ মিক্সসিং বব্বু
ঝাঞ্জৰ গুৰ সিধু জাচ্চি লোহকা গুৰ সিধু অভিনীত

অভিনয় শিল্পী হিচাপে

[সম্পাদনা কৰক]
গান বৰ্ষ মুখ্য শিল্পী সংগীত গীতিকাৰ লেবেল টোকা
গুণ্ডে ইক ৱাৰ ফেৰ [14] ২০১৮ দিলপ্ৰীত ঢিল্লোঁ ৱেষ্টাৰ্ণ পেণ্ডুজ জাচ্চি লোহকা হাম্বল মিউজিক গিপ্পী গ্ৰেৱালৰ দ্বাৰা মুক্তিপ্ৰাপ্ত[15]
তীখে নয়ন ২০২১ জাচ্চা ঢিল্লোঁ গুৰ সিধু জাচ্চা ঢিল্লোঁ ব্ৰাউন টাউন মিউজিক এলবাম - এবভ অল
কুৱেইট ৱালা কোকা ২০২২ গুৰমান সান্ধু, গাৰ্লেজ আখতাৰ দেশী ক্ৰু কাপ্তান দেশী জংচন
পেণ্ট ষ্ট্ৰেইট গুৰনাম ভুল্লাৰ এলবাম "মেজেষ্টিক লানে"ৰ পৰা
নাগপুৰী সান্ত্ৰা গুৰমান সান্ধু শেভ কাপ্তান ইপি "ফ্ৰী অফ ষ্টাইল"ৰ পৰা

চাউণ্ডট্ৰেক

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ গান সংগীত লেবেল টোকা
২০১৯ আৰ্দাব মুতিয়াৰাণ থাৰ জাট্টি দি জাচ্চি কাটিয়াল হোৱাইট হিল মিউজিক সোণম বাজৱাৰ সৈতে বিশেষ ভিডিঅ' উপস্থিতি
২০২৩ মেডেল লাকী নং ৭ আভি স্ৰা দেশী জংচন মনকীৰ্ত ঔলখৰ লগত ডুয়েট গান।

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ টোকা
২০২৩ মেডেল[16] ৰূপিন্দৰ কৌৰ জয় ৰন্ধাৱাৰ সৈতে মুখ্য সহ-অভিনয়শিল্পী হিচাপে প্ৰথম চলচ্চিত্ৰ

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Baani Sandhu" (en ভাষাত). www.top-charts.com. Archived from the original on 2023-01-25. https://web.archive.org/web/20230125194359/https://www.top-charts.com/artist-detail/baani-sandhu আহৰণ কৰা হৈছে: 2023-01-25.
  2. (en ভাষাত) Baani Sandhu Exclusive Interview | Speaks About Kaur B Controversy, https://www.youtube.com/watch?v=-JhYEjo7Moc, আহৰণ কৰা হৈছে: 2023-01-25
  3. Team, Kiddaan com (2021-10-03). "The Boss Lady Baani Sandhu Leaves Fans Awestruck and Startled in This Glamorous Saree" (en-US ভাষাত). Kiddaan. https://kiddaan.com/the-boss-lady-baani-sandhu-leaves-fans-awestruck-and-startled-in-this-glamorous-saree/ আহৰণ কৰা হৈছে: 2023-01-25.
  4. (en ভাষাত) Baani Sandhu Pitaara Podcast Full Episode 8 | Pitaara Tv, https://www.youtube.com/watch?v=MLNHjf-9lU8, আহৰণ কৰা হৈছে: 2023-01-25
  5. (en ভাষাত) DIL DIYAN GALLAN with Sonam Bajwa - EP 20 - Zee Punjabi, https://www.youtube.com/watch?v=Rdreymvd5V8, আহৰণ কৰা হৈছে: 2023-01-25
  6. "8 Parche (feat. Gur Sidhu)" (en ভাষাত). www.top-charts.com. https://www.top-charts.com/s/8-parche-feat-gur-sidhu-baani-sandhu আহৰণ কৰা হৈছে: 2023-01-25.
  7. "8 Parche in Youtube music charts : Global top music videos". Youtube. 14 June 2020. https://charts.youtube.com/charts/TopVideos/global?hl=en-gb আহৰণ কৰা হৈছে: 14 June 2020.
  8. Team, Kiddaan com (2022-04-20). "Baani Sandhu Releases Poster Of Upcoming Album 'The Boss Lady'" (en-US ভাষাত). Kiddaan. https://kiddaan.com/baani-sandhu-new-album-the-boss-lady/ আহৰণ কৰা হৈছে: 2023-01-25.
  9. "Baani Sandhu To Drop Her New Song '8 Parche' Featuring Gur Sidhu Soon | SpotboyE" (en ভাষাত). www.spotboye.com. Archived from the original on 2022-12-17. https://web.archive.org/web/20221217184553/https://www.spotboye.com/pollywood/pollywood-music/baani-sandhu-to-drop-her-new-song-8-parche-featuring-gur-sidhu-soon/5d7099af09da697670cc936a আহৰণ কৰা হৈছে: 2023-01-25.
  10. Team, Kiddaan com (2020-08-02). "'Do Ghore' is on the way with a special thanks to 'Mankirat Aulakh'" (en-US ভাষাত). Kiddaan. https://kiddaan.com/baani-sandhu-do-ghore-mankirat-aulakh/ আহৰণ কৰা হৈছে: 2023-01-25.
  11. "BBC Asian Network - Asian Network Breakfast, Track of the Week: Majhe Wale by Baani Sandhu" (en-GB ভাষাত). BBC. https://www.bbc.co.uk/programmes/m000t626 আহৰণ কৰা হৈছে: 2023-01-25.
  12. "Gurnam Bhullar and Baani Sandhu's latest song 'Agg Att Koka Kehar' is out - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/punjabi/music/gurnam-bhullar-and-baani-sandhus-latest-song-agg-att-koka-kehar-is-out/articleshow/81982427.cms আহৰণ কৰা হৈছে: 2023-01-25.
  13. "Agg Att Koka Keher: Gurnam Bhullar Thanks Fans or Making The Song A Big Hit; Singer Shares Reel Videos | SpotboyE" (en ভাষাত). www.spotboye.com. https://www.spotboye.com/pollywood/pollywood-music/agg-att-koka-keher-gurnam-bhullar-thanks-fans-or-making-the-song-a-big-hit-singer-shares-reel-videos/609942a025cb7a2565f9d02d আহৰণ কৰা হৈছে: 2023-01-25.
  14. "'Gunday Ik Vaar Fer' trailer: Dilpreet Dhillon is back in the gangster look - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/punjabi/music/gunday-ik-vaar-fer-trailer-dilpreet-dhillon-is-back-in-the-gangster-look/articleshow/64859012.cms আহৰণ কৰা হৈছে: 2023-01-25.
  15. "'Gunday Ik Vaar Fer': Dilpreet Dhillon is back to rule the charts - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/punjabi/music/gunday-ik-vaar-fer-dilpreet-dhillon-is-back-to-rule-the-charts/articleshow/64996704.cms আহৰণ কৰা হৈছে: 2023-01-25.
  16. Network, Punjabi Mania News. "Medal: A Huge Cut-Out Of Jayy Randhawa & Baani Sandhu's Upcoming Film Unveiled" (en-US ভাষাত). Punjabi Mania. https://punjabimania.com/post/medal-a-huge-cut-out-of-jayy-randhawa-baani-sandhus-upcoming-film-unveiled আহৰণ কৰা হৈছে: 2023-07-16.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]