বান্দৰ
অৱয়ব
| অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
বান্দৰ (ইংৰাজী: Monkey) হ'ল স্তন্যপায়ী প্ৰাণী আৰু প্ৰাইমেট বৰ্গৰ অন্তৰ্ভুক্ত এটা স্তৰ।[1] সমগ্ৰ বিশ্বৰ লগতে উত্তৰ-পূব ভাৰত তথা অসমত বিভিন্ন প্ৰজাতিৰ বান্দৰ পোৱা যায়। ইহঁত সাধাৰণতে বুধিয়ক আৰু সামাজিক প্ৰাণী। পৃথিৱীত প্ৰায় ২৬০ তকৈও অধিক প্ৰজাতিৰ বান্দৰ পোৱা যায়। গৱেষকসকলৰ মতে, বান্দৰক প্ৰধানকৈ দুটা ডাঙৰ ভাগত বিভক্ত কৰা হৈছে— নতুন পৃথিৱীৰ বান্দৰ (যেনে: আমেৰিকা মহাদেশৰ প্ৰজাতিসমূহ) আৰু পুৰণি পৃথিৱীৰ বান্দৰ (যেনে: এছিয়া আৰু আফ্ৰিকা মহাদেশৰ প্ৰজাতিসমূহ)।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "www.britannica.com". https://www.britannica.com/animal/monkey। আহৰণ কৰা হৈছে: 7 October 2026.
- ↑ Martin, W.C.Linnaeus (1841). A General Introduction the Natural History Mammiferous Animals, With a Particular View of the Physical History of Man, III the More Closely Allied Genera of the Order Quadrumana, or Monkeys. প্ৰকাশক London: Wright and Co. printers. পৃষ্ঠা. 340, 361. https://archive.org/details/generalintroduct00martrich.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিউদ্ধৃতিত monkeys সম্পৰ্কীয় উদ্ধৃতিৰ সংগ্ৰহ।