ভালচন্দ্ৰ নেমাডে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বালচন্দ্ৰ নেমাদৰ পৰা পুনঃনিৰ্দেশিত)
ভালচন্দ্ৰ নেমাডে
জন্ম ২৭ মে', ১৯৩৮ (৮৫ বছৰ)
চাংভী, য়াৱল, মহাৰাষ্ট্ৰ, ব্ৰিটিছ ভাৰত
পেচা মাৰাঠী লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন
  • ফাৰ্গুচন কলেজ
  • বম্বে বিশ্ববিদ্যালয়
  • স্কুল অৱ অ'ৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ, লণ্ডন
উল্লেখনীয় কৰ্মৰাজি কুশলা (১৯৬৩)
উল্লেখযোগ্য বঁটা

ভালচন্দ্ৰ ভানাজী নেমাডে (ইংৰাজী: Bhalchandra Vanaji Nemade; জন্ম: ১৯৩৮) এজন মাৰাঠী ভাষাৰ ভাৰতীয় লেখক, কবি, সমালোচক আৰু ভাষাবিদ। 'কুশলা'[1] উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলা নেমাডেই মাৰাঠী সাহিত্যক এক নতুন মাত্ৰা দিছিল। ইয়াৰ পাছতে তেওঁ ক্ৰমান্বয়ে 'বিঢাৰ'[2], 'হুল', 'জৰীলা' আৰু 'ঝুল' নামৰ চাৰিখন উপন্যাস (টেট্ৰাল'জি) লিখে। ২০১৩ চনত নামদেই তেওঁৰ 'হিন্দু:জগণ্যাচী সমৃদ্ধ অডগল' শীৰ্ষক কিতাপখন প্ৰকাশ কৰে; যিখন নামদেৰ 'মাষ্টাৰপিচ' বুলি কোৱা হয়।

নেমাডেক তেওঁৰ সাহিত্যকৰ্মৰ বাবে ২০১৫ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটা[3] আৰু ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ২০১৩ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা লাভ কৰে। [4][5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Nemade, Bhalchandra (1963). Kosala (कोसला). প্ৰকাশক Mumbai: Popular Prakashan. পৃষ্ঠা. 265. 
  2. Nemade, Bhalchandra (2003). Bidhar(बिढार). প্ৰকাশক Mumbai: Popular Prakashan. পৃষ্ঠা. 305. ISBN 978-81-267-0298-5. 
  3. Nandgaonkar, Satish (6 February 2015). "Marathi novelist Bhalchandra Nemade chosen for Jnanpith award". http://www.thehindu.com/books/books-authors/marathi-novelist-bhalchandra-nemade-chosen-for-jnanpith-award/article6865738.ece. 
  4. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  5. "Padma Awards Directory (1954–2013)". Ministry of Home Affairs. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 1 May 2021. "2011: 98: Prof.(Dr) Bhalchandra Vana Nemade"