সমললৈ যাওক

বালিজান বৌদ্ধ বিহাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰবন্ধটো ৱিকি লাভ্‌ছ ডকুমেণ্টশ্যন - অসম অধ্যায় প্ৰকল্পৰ এক অংশ হিচাপে সৃষ্টি কৰা হৈছে।


বালিজান বৌদ্ধ বিহাৰ
Balijan Buddhist Monastery
Religion
Affiliation থেৰবাদ বৌদ্ধ ধৰ্ম
(ইংৰাজী: Theravada Buddhism)
Location
স্থান বালিজান শ্যাম গাঁও, তিতাবৰ, যোৰহাট জিলা, অসম
দেশ ভাৰত
Architecture
Date established ১৮২৭; ১৯৮ বছৰ  আগতে (1827)

বালিজান বৌদ্ধ বিহাৰ (Balijan Buddhist Monastery) হৈছে অসমৰ আটাইতকৈ পুৰণি বৌদ্ধ মঠসমূহৰ অন্যতম। চলাপথাৰ বৌদ্ধ বিহাৰ অসম ৰাজ্যযোৰহাট জিলাতিতাবৰ বালিজান শ্যাম গাঁৱত অৱস্থিত। এই বৌদ্ধ বিহাৰৰ স্থাপন কৰা হৈছিল ১৮২৭ চনত। এই বৌদ্ধ বিহাৰে বালিজান শ্যাম গাঁৱৰ বিশেষ ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতিধ্বনি কৰে। এই বৌদ্ধ বিহাৰত সংৰক্ষিত শিল্পৰ সামগ্ৰী আৰু পূৰ্ণৰূপে মূল্যবান স্মৃতিৰ সামগ্ৰীসমূহৰ ভিতৰত এক সোণালী কম্মাৱৰা (এখন ধৰ্মীয় পুথি) আৰু বুদ্ধৰ এক মূৰ্তি আছে। এই পুথিখন প্ৰায় ৩০০ বছৰৰ পূৰ্বে বাৰ্মাৰ সেনাপতি মিংগিমাহত বাণ্ডুলাই বালিজান বৌদ্ধ মন্দিৰক মৰম আৰু বন্ধুতা হিচাপে উপহাৰস্বৰূপ দান কৰিছিল।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

এই প্ৰবন্ধটো ৱিকি লাভ্‌ছ ডকুমেণ্টশ্যন - অসম অধ্যায় প্ৰকল্পৰ এক অংশ হিচাপে সৃষ্টি কৰা হৈছে।