বালেন্দ্ৰ শ্বাহ
অৱয়ব
Balendra Shah | |
|---|---|
বালেন্দ্ৰ শ্বাহ | |
| ১৫ তম কাঠমাণ্ডু মেয়ৰ | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ৩০ মে ২০২২ | |
| সহকাৰী | সুনীতা ডাংগোল |
| পূৰ্বসূৰী | বিদ্যা সুন্দৰ শাক্য |
| ব্যক্তিগত তথ্য | |
| জন্ম | ২৭ এপ্ৰিল, ১৯৯০ (৩৫ বছৰ) কাঠমাণ্ডু, নেপাল |
| ৰাজনৈতিক দল | স্বতন্ত্ৰ ৰাজনীতিবিদ |
| দাম্পত্যসঙ্গী | ছাবিনা কাফ্লে (বি. ২০১৮) |
| মাতৃ | ধ্ৰুৱ দেৱী শ্বাহ |
| পিতৃ | ৰাম নাৰায়ণ শ্বাহ |
| শিক্ষানুষ্ঠান | বিশ্বেশ্বৰায় প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (মাষ্টাৰ অৱ ইঞ্জিনিয়াৰিং)) |
| জীৱিকা |
|
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ |
|
| সক্ৰিয়তাৰ বছৰ | ২০১২-বৰ্তমান |
| লেবেল |
|
বালেন্দ্ৰ শ্বাহ (ইংৰাজী: Balendra Shah, বালেন নামেৰে জনাজাত। তেওঁৰ জন্ম ১৯৯০ চনৰ ২৭ এপ্ৰিল হৈছিল। পেছাগতভাৱে এজন নেপালী ৰাজনীতিবিদ আৰু ৰেপাৰ। ২০২২ চনৰপৰা বৰ্তমানলৈকে ১৫ নং কাঠমাণ্ডুৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ২০২২ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কাঠমাণ্ডুৰ মেয়ৰ হিচাপে নিৰ্বাচিত হয়।