বাসুগাঁও মহাবিদ্যালয়
অৱয়ব
| বাসুগাঁও মহাবিদ্যালয় | |
|---|---|
| Basugaon college | |
| স্থাপিত | ১৯৮৬ |
| ধৰণ | স্নাতক, স্নাতকোত্তৰ, ডিপ্লমা |
| ধৰ্মীয় ভুক্তি | বড়োলেণ্ড বিশ্ববিদ্যালয় |
| অধ্যক্ষ | ডা° আৰ. চি. মুছাহাৰী |
| ৱেবছাইট | basugaoncollege |
বাসুগাঁও মহাবিদ্যালয় অসমৰ চিৰাং জিলাৰ বাসুগাঁওস্থিত এখন উচ্চ শিক্ষানুষ্ঠান। সমাজখনক এক মূল্যৱান শিক্ষা প্ৰদানৰ লক্ষ্যৰে ১৯৮৬ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। অসম ৰাজ্য চৰকাৰে মহাবিদ্যালয়খনক বিজ্ঞানৰ ধাৰা অনুদান দিয়ে আৰু ২০২৩ চনৰপৰা নতুন শিক্ষা বৰ্ষ আৰম্ভ হয়। [1][2][3]
বিভাগ
[সম্পাদনা কৰক]- শিক্ষা বিভাগ।
- বড়ো বিভাগ।
- ৰাজনীতি বিজ্ঞান বিভাগ।
- অসমীয়া বিভাগ।
- বাংলা বিভাগ
- ইতিহাস বিভাগ।
- ইংৰাজী বিভাগ
- অৰ্থনীতি বিভাগ।
স্বীকৃতি
[সম্পাদনা কৰক]মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউজিচি)ৰদ্বাৰা স্বীকৃতি প্ৰদান হৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "About Basugaon College". Archived from the original on 4 May 2023. https://web.archive.org/web/20230504085134/https://basugaoncollege.ac.in/about-college/। আহৰণ কৰা হৈছে: 20 April 2023.
- ↑ "Basugaon College". https://www.university.youth4work.com/bc_basugaon-college। আহৰণ কৰা হৈছে: 20 April 2023.
- ↑ "Basugaon College". Archived from the original on 4 May 2023. https://web.archive.org/web/20230504141303/https://www.zyusedu.com/college-detail/13573-basugaon-college-basugaon-basugaon/। আহৰণ কৰা হৈছে: 20 April 2023.