বাসুদেৱ কান্ব
| বাসুদেৱ কান্ব | |
|---|---|
| ৰাজত্ব | প্ৰায় ৭৫ – প্ৰা. ৬৬ খৃঃপূঃ (৯বছৰ) |
| পূৰ্বসূৰী | দেৱভুতি |
| উত্তৰাধিকাৰী | ভূমিমিত্ৰপ্ৰায় ৬৪ – প্ৰা. ৫০খৃঃপূ (১৪বছৰ) |
| সন্তান | |
| ভূমিমিত্ৰ | |
বাসুদেৱ কান্ব (অনুমানিক ৭৫ৰপৰা ৬৬ খ্ৰীষ্টপূৰ্ব) কান্ব বংশৰ প্ৰতিষ্ঠাপক আছিল।[1] আদিতে তেওঁ শেষৰজনা শুংগ শাসক দেৱভুতিৰ অমাত্য বা মন্ত্ৰী আছিল। বাসুদেৱে শেষৰ শুংগ শাসকক হত্যা কৰি কান্ব বংশ প্ৰতিষ্ঠা কৰে।[2] বাণৰ হৰ্ষচৰিতত পৰা জনা যায় যে তেওঁ দেৱভুতিৰ মৃত্যুৰ পাছত ক্ষমতালৈ আহিছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ ভূমিমিত্ৰ ৰাজপাটত বহে।[3][4]
ক্ষমতাত আৰোহণ
[সম্পাদনা কৰক]তেওঁ প্ৰথমে শেষৰ শুংগ শাসক দেৱভুতিৰ অমাত্য(মন্ত্ৰী) আছিল। বাসুদেৱে শেষৰ শুংগ শাসকক হত্যা কৰি কান্ব বংশ প্ৰতিষ্ঠা কৰে।[2] বানৰ হৰ্ষচৰিতমতে তেওঁ দেৱভুতিৰ মৃত্যুৰ পাছত ক্ষমতালৈ আহিছিল।[5][4][6]
ৰাজত্ব
[সম্পাদনা কৰক]তেওঁ বৈষ্ণৱী (ভগৱান বিষ্ণুৰ উপাসক) আছিল।[6] তেওঁৰ ৰাজত্বকালত সংগ্ৰহ কৰা কৰসমূহৰ অধিকাংশই মন্দিৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। তেওঁ কলাৰ অন্যতম বিখ্যাত পৃষ্ঠপোষক আছিল।[7][4][6] তেওঁৰ ৰাজত্বকালত ভাৰত-গ্ৰীকসকলে আক্ৰমণ কৰে যদিও তেওঁ নিজৰ সিংহাসন ৰক্ষা কৰিবলৈ সক্ষম হয়।[6] তেওঁৰ পিছত তেওঁৰ পুত্ৰ ভূমিমিত্ৰ ৰাজপাটত বহে।[8][4][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hazra, Rajendra Chandra (1987), Studies in the Puranic Records on Hindu Rites and Customs, Motilal Banarsidass, ISBN 81-208-0422-8, https://books.google.com/books?id=Jar4V3piCeQC
- Raychaudhuri, Hemchandra (2006), Political History of Ancient India, Cosmo Publications, ISBN 81-307-0291-6, https://books.google.com/books?id=h1KObc_qaXYC - ↑ 2.0 2.1 Thapar 2013, পৃষ্ঠা. 296.
- ↑ Rao, B.V. (January 2012). World history from early times to A D 2000. Sterling Publishers. পৃষ্ঠা. 97. ISBN 9788120731882. https://books.google.com/books?id=wPB7XoSiboUC.
- Shankar, Rama (1967). History of Ancient India. Tripathi. পৃষ্ঠা. 189. ISBN 9788120800182. https://books.google.com/books?id=rOVpOG6MPMcC. - ↑ 4.0 4.1 4.2 4.3 (English ভাষাত) INDIA: Brief History Volume 4. Symist. 7 July 2019. https://books.google.com/books?id=pemgDwAAQBAJ&dq=%22Devabhuti%22+-wikipedia&pg=PA52.
- ↑ Rao, B.V. (January 2012). World history from early times to A D 2000. Sterling Publishers. পৃষ্ঠা. 97. ISBN 9788120731882. https://books.google.com/books?id=wPB7XoSiboUC.
- Shankar, Rama (1967). History of Ancient India. Tripathi. পৃষ্ঠা. 189. ISBN 9788120800182. https://books.google.com/books?id=rOVpOG6MPMcC. - ↑ 6.0 6.1 6.2 6.3 6.4 (English ভাষাত) (EBook) INDIA: Brief History Volume 3. Symist. 3 March 2019. পৃষ্ঠা. 34. https://books.google.com/books?id=WimLDwAAQBAJ&q=%22Devabhuti%22+-wikipedia.
- ↑ Kennedy Warder, Anthony (1989). Indian Kavya Literature. 2. পৃষ্ঠা. 114. ISBN 9788120804470. https://books.google.com/books?id=qV42xSKDftUC.
- ↑ Rao, B.V. (January 2012). World history from early times to A D 2000. Sterling Publishers. পৃষ্ঠা. 97. ISBN 9788120731882. https://books.google.com/books?id=wPB7XoSiboUC.
- Shankar, Rama (1967). History of Ancient India. Tripathi. পৃষ্ঠা. 189. ISBN 9788120800182. https://books.google.com/books?id=rOVpOG6MPMcC.