বাৰ্তা:অজিত কুমাৰ ডোভাল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

@Arunudoy: এই প্ৰবন্ধটোত তথ্যসূত্ৰ সংযোগৰ থল আছে। মূল ইংৰাজী প্ৰবন্ধটোৰ পৰা বহুকেইটা তথ্যসূত্ৰ আনি দিয়াৰ লগতে যথোচিত সম্পাদনা কৰি ইয়াক উন্নীত কৰিব পৰা যায়। গতিকে এই প্ৰবন্ধটোত বিলোপনৰ প্ৰস্তাৱটোৰ বিৰোধিতা কৰিছোঁ‌। ---Chandan Chiring Phukon Chat 11:25, 6 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]