সমললৈ যাওক

বাৰ্তা:অম্বিকাগিৰী ৰায়চৌধুৰী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা


অম্বিকাগিৰী ৰায়চৌধুৰী

[সম্পাদনা কৰক]

অসম সাহিত্য সভাই প্ৰকাশ কৰা স্মৃতিগ্ৰন্থত ৰ-ৰ ওপৰত ঈ-কাৰ ব্যৱহাৰ কৰিছে। কথাই প্ৰকাশ কৰা শোণিত বিজয় দাস আৰু মুনীন বায়ন সম্পাদিত কথা বৰেণ্য ১০০ গ্ৰন্থতো একে বানান অনুসৰণ কৰিছে। সেই সূত্ৰে অম্বিকাগিৰি ৰায়চৌধুৰী নহৈ অম্বিকাগিৰী ৰায়চৌধুৰী হ'ব লাগে। JyotiPN (বাৰ্তা) 05:10, 25 June 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক