বাৰ্তা:অসমৰ নদীসমূহৰ তালিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:অসমৰ নদ-নদীসমূহৰ পৰা পুনঃনিৰ্দেশিত)


এই দুলাল বৰুৱাৰ লেখাটো আপুনি পোনে পোনে নকল কৰিছে নেকি? মূল লেখকৰ অনুমতি লৈছিলনে? — গীতাৰ্থ বৰদলৈ (talk)

লিখকজনে (হোমেন বিশ্বাস) আলোচনাত ভাগ নললে| বা স্পষ্টীকৰণ নিদিলে| কি কৰা যায়| সঁচা কথা কব গ’লে মোৰ এইখন বিলোপ কৰাৰো মন নাই| কথাবোৰ অলপ ইফাল সিফাল কৰি ৰাখী ব পৰা যাব নেকি?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 12:59, 25 এপ্ৰিল 2012 (UTC)


সদ্যহতে আলোচনা পৃষ্ঠালৈ আনি hide কৰি থওঁ। তাৰ পিছত মূল লিখকৰ অনুমতি লোৱা যাওক। — গীতাৰ্থ বৰদলৈ (talk) 17:49, 25 এপ্ৰিল 2012 (UTC)
নালাগে দিয়া| পৃষ্ঠাটো বৰ বেয়া দেখাই থাকে তেনেকৈ থ’লে| কনচেং বৰপাত্ৰ গোহাঁইৰ প্ৰবন্ধটো তেনেদৰেই পৰি আছিল| ইয়াত থাকিলেহে ৰাইজৰ চকুত পৰিব| চকুত পৰিলে বা কোনোবাই আপত্তি কৰিলে আতৰাই দিলেই হব| দুলাল দাৰ লগত ম‍ই কথা পাতিছিলো| বৰ্তমানলৈ একো উত্তৰ দিয়া নাই| উত্তৰ দিলে জনাম বাৰু|  বিষ্ণু শ‍ইকীয়াবাৰ্তা