সমললৈ যাওক

বাৰ্তা:অসম দিৱস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 2 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic অসম দিৱসৰ আহোম নাম

অসম দিৱসৰ আহোম নাম

[সম্পাদনা কৰক]

“অসম দিৱস” কোনে ক’ত কেতিয়া ৱান মু'ঙ দ'ন চ'ন খাম বুলি কৈছিল। তেনেকৈ অনুবাদ কৰা শব্দ যোগ দিবলৈ হ’লে ৱিকিপিডিয়াৰ প্ৰত্যেকটো প্ৰবন্ধত পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন ভাষাৰ অনুবাদ কৰা শব্দবোৰ দিব পৰা যাব। দিব্য দত্ত (বাৰ্তা) 17:04, 18 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক