বাৰ্তা:আমেৰিকা যুক্তৰাষ্ট্ৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰবন্ধটোৰ নাম "আমেৰিকা যুক্তৰাষ্ট্ৰ"হে হ'ব লাগে। "মাৰ্কিন" নামটো বেলেগ ঠাইত কোৱা হয় জানো ? Gitartha.bordoloi 09:32, 19 ডিচেম্বৰ 2011 (UTC)

অামেৰিকা যুক্তৰাষ্ট্ৰ নে আমেৰিকা যুক্তৰাজ্য?[সম্পাদনা কৰক]

এই কথাত নিশ্চয় সকলোৱে সন্মত যে State=ৰাজ্য আৰু Country=ৰাষ্ট্ৰ বা দেশ, ঠিক? এতিয়া United States of America, এই নামটোৰ অৰ্থ হৈছে দেশখন কেইখনমান ৰাজ্যৰ (State) এক সমূহ। মন কৰিব যে USA খন 50 খন ৰাজ্যৰে গঠিত, 50 খন ৰাষ্ট্ৰৰে গঠিত নহয়। সেয়েহে United States of America-ৰ সঠিক অসমীয়া অনুবাদ হৈছে আমেৰিকা যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ নহয়। যুক্তৰাজ্য= ৰাজ্যৰ এক সমূহ, যুক্তৰাষ্ট্ৰ= ৰাষ্ট্ৰৰ এক সমূহ। এইটো এটা বহুল প্ৰচলিত ভুল। News Live চেনেলত অসমীয়া বানানৰ ওপৰত কাৰ্যসূচী এটা চলি আছে, তাতো দেৱেন দত্ত চাৰে এই কথাটো উল্লেখ কৰিছিল। সেয়েহে এইটো সকলোতে শুধৰণি কৰিব লাগে।

একে প্ৰসঙ্গত, UK নামটো যুক্তৰাজ্য হিচাপে অনুবাদ কৰা হৈছে, সেইটোও ভুল। UK হৈছে United Kingdom, সেয়েহে ইয়াৰ সঠিক অনুবাদ হ'ব সংযুক্ত ৰাজতন্ত্ৰ।


Raju (talk) 06:51, 1 March 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@দিব্য দত্ত@Chiring chandan বিবেচনা কৰিব পাৰি নে? {{u|সৌৰভ}} বাৰ্তা 04:30, 7 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]