সমললৈ যাওক

বাৰ্তা:আস্তিক মুনি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 7 মাহ পূৰ্বে by Kandarpajit Kallol in topic নাম

নাম

[সম্পাদনা কৰক]

আস্তিক নে অস্তিক সেই বিষয়ে আলোচনাও হ’ব পাৰিলেহেঁতেন। পৃষ্ঠাটো আৰম্ভ কৰাৰ লগে লগে আনে সম্পাদনা কৰি নামকেই সলাই দিলে, অসুবিধা পাওঁ। অনুবাদ শেষ কৰাৰ পিছত ইচ্ছা কৰিলে ৰাইজে দিলিট কৰি দিলেও একো নকওঁ, যদি সি ৱিকিৰ নীতিমতে হয়। Pranamikaadhikary (বাৰ্তা) 12:39, 10 September 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Pranamikaadhikary বাইদেউ, আপোনাৰ অসুবিধাখিনি জনোৱা বাবে ধন্যবাদ। পৰৱৰ্তী সময়ত প্ৰবন্ধ এটা সম্পূৰ্ণ নোহোৱালৈকে বা অসম্পূৰ্ণ প্ৰবন্ধৰ ক্ষেত্ৰত অতি কমেও এসপ্তাহ নোহোৱালৈকে প্ৰবন্ধটোত হাত নিদিম বাৰু। – কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 13:11, 10 September 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক