সমললৈ যাওক

বাৰ্তা:ইজিপ্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা


ইজিপ্ত নে ইজিপ্ট?

[সম্পাদনা কৰক]

ইজিপ্ত নে ইজিপ্ট? কোনটো শুদ্ধ হ'ব বাৰু? --SlowPhoton (talk) 04:22, 9 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

কোনখনত সেয়া সঠিককৈ ক'ব নোৱাৰিম যদিও কিতাপে-পত্ৰই দুয়োটা বানানেই পাইছোঁ‌। গুগলত 'ইজিপ' লিখিলে 'ইজিপ্ট' বুলি suggession আহিছে। বাকীসকলেও জনাওকচোন। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 04:28, 9 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক