বাৰ্তা:এক্সট্ৰেক্‌চন (চলচ্চিত্ৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

@Beingsofiqul: আপুনি লিখা এই প্ৰবন্ধটো অনা-অসমীয়া ভাষাৰ ব্যৱহাৰ দেখা গৈছে। অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ লিখোঁতে অসমীয়া ভাষাৰ ব্যাকৰণ, বাক্যৰ গঠন শৈলী, বানান আদি মানি চলিব লাগিব। দেখা গৈছে যে আপুনি বঙালী ভাষাৰ ব্যৱহাৰ কৰিছে, বঙালী ৰ ব্যৱহাৰ কৰিছে। delete টেগ লগোৱাৰ পিছতো আপুনি, প্ৰৱন্ধৰ সৃষ্টিকৰ্তাজনেই টেগটো আঁতৰাই দিছে। ৱিকিপিডিয়াৰ নিয়ম মতে আপুনি তেনে কৰিব নোৱাৰে। ৱিকিপিডিয়াৰ গুণগত মানদণ্ড বজাই ৰাখিবলৈ অনা-অসমীয়া ভাষাৰ প্ৰৱন্ধ সৃষ্টি কৰাৰ পৰা বিৰত থাকক। অসমীয়া ব্যাকৰণ, বানান আদিত গুৰুত্ব দিয়ক। --SlowPhoton (talk) 01:59, 5 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অনুগ্ৰহ কৰি অলপ সময় দিয়ক মই এই পৃষ্ঠাখন উন্নত কৰি আছো আৰু যদি সম্ভাৱ হয় তেন্তে ডিলেট ট্যাগটো উঠাই দিয়ক মই চেষ্টা কৰিম আৰু পৃষ্ঠাখন উন্নত কৰিবলৈ ধন্যবাদ Beingsofiqul (talk) 17:10, 5 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

মই এই পৃষ্ঠাখন আৰু উন্নত কৰিব বিচাৰিছো

ডিলেট ট্যাগ[সম্পাদনা কৰক]

@SlowPhoton: এতিয়া আপুনি ডিলেট ট্যাগটো উঠাৱ পাৰেনে Beingsofiqul (talk) 15:38, 6 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Beingsofiqul: বানানত গুৰুত্ব দিয়ক। প্ৰবন্ধটোত বঙালী ভাষাৰ শৈলীৰ বানান ব্যৱহাৰ কৰা হৈছে। যেনে: বঙালীত অ্যাকশন লিখে, অসমীয়াৰ একছন লিখে; বঙালীত ট্যাগ লিখে, অসমীয়াৰ টেগ লিখে। এইবোৰ শুদ্ধ কৰিলেহে ডিলিট টেগ আঁৰতাব পৰা যাব। --SlowPhoton (talk) 16:17, 6 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]