বাৰ্তা:কৰ'নাভাইৰাছ ৰোগ ২০১৯

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ৰ পৰা পুনঃনিৰ্দেশিত)


The article can now be edited by only Autoconfirmed users. Expiry time- 1 month. — গীতাৰ্থ বৰদলৈ (talk) 09:29, 2 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


অসমীয়া ৱিকিপিডিয়াৰ বাবে ব্যৱহৃত নিয়মাৱলী অনুসৰি N-ৰ বাবে "ন" লিখা হ'ব। "কৰ'না" লিখিলে kəˈroʊ nə এই IPA উচ্চাৰণৰ ওচৰ চাপিব। গতিকে সকলো ঠাইতে নাম সলাই এই পৃষ্ঠাটো স্থানান্তৰৰ প্ৰস্তাৱ দিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 07:54, 30 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয়, বহুকেইখন সংবাদ পত্ৰতো “কৰ'না” ব্যৱহাৰ কৰা দেখিছোঁ। দিব্য দত্ত  (বাৰ্তা) 10:46, 30 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বিদেশী শব্দত ণ-ত্ব বিধি ষ-ত্ব বিধি প্ৰয়োগ কৰিব‌ নালাগে। সেয়েহে ক'ৰ'না হ'ব লাগে। মূল শব্দটো ল্যতিন। তাত মূৰ্ধন্য ধ্বনিৰ নাই। Biswangc (talk) 07:29, 2 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰবন্ধটো "কৰ'নাভাইৰাছ ৰোগ ২০১৯" নামলৈ স্থানান্তৰ কৰা হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 12:05, 13 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
গীতাৰ্থ বৰদলৈ, প্ৰবন্ধটো ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ নামলৈ সকলো ঠাইতে স্থানান্তৰ কৰিব‌ লাগে কাৰণ ইংৰাজী উচ্চাৰণ হৈছে CO-RO-NA (3 Syllables) অৰ্থাৎ ক'-ৰ'-ণা (অথবা ক'-ৰ'-না)।
বৰ্তমান কৰ'না (CORO-NA) শব্দটোৰ উচ্চাৰণ ইংৰাজী উচ্চাৰণৰ ওচৰ নেচাপে। Biswangc যি প্ৰস্তাৱ দিছে সেয় প্ৰস্তাৱ ইংৰাজী উচ্চাৰণৰ দৃষ্টিৰ ফালৰ পৰা অসমীয়াত সঠিক বানান হব।
উদাহৰণ স্বৰূপে:
১. বাতৰি সেৱা বিভাগ – আকাশবাণী
২. নৰ্থ-ইষ্ট নাও
৩. অসম টাইমচ
সকলো ঠাইতে নাম সলাই এই পৃষ্ঠাটো স্থানান্তৰৰ অনুৰোধ কৰোঁ। ধন্যবাদ। AnjanBorah (talk) 13:49, 20 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@AnjanBorah:, অসমীয়া ৱিকিৰ বাবে নিৰ্ধাৰিত লিপ্যন্তৰ অনুসৰি "ন" হ'ব। আকৌ এই ক্ষেত্ৰত অনলাইন উৎসৰ সলনি দেৱেন দত্ত, ধ্ৰুৱজ্যোতি বৰা, পৰমানন্দ ৰাজবংশী আদিয়ে প্ৰস্তাৱ কৰা বানান অনুসৰণ কৰাটো মোৰ বোধেৰে সমীচিন হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 15:12, 4 August 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]