বাৰ্তা:কমনৱেলথ অৱ নেচনছ
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 10 মাহ পূৰ্বে by AjayDas in topic শিৰোনাম
বিষয়বস্তু
[সম্পাদনা কৰক]এই প্ৰবন্ধটো ৰাষ্ট্ৰসংঘৰ বিষয়ে লিখা হৈছে কিন্তু ইংৰাজী অন্য এটা প্ৰবন্ধৰ সৈতে সংযোগ কৰা হৈছে৷ বিষয়টো চাব চোন! @Kandarpajit Kallol দিব্য দত্ত (বাৰ্তা) 15:58, 16 June 2025 (ইউ.টি.চি.)
- @দিব্য দত্ত, ঠিক আছে বাৰু, আঙুলিয়াই দিয়া বাবে ধন্যবাদ। – কন্দৰ্পজিৎ কল্লোল 16:55, 16 June 2025 (ইউ.টি.চি.)
- @দিব্য দত্ত, শুদ্ধ কৰিলোঁ। - কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 18:03, 16 June 2025 (ইউ.টি.চি.)
শিৰোনাম
[সম্পাদনা কৰক]প্ৰচলিত নাম অনুসৰি শিৰোনাম "কমনৱেলথ অৱ নেচনছ"য়ে ৰখা ভাল। AjayDas (বাৰ্তা) 04:31, 18 June 2025 (ইউ.টি.চি.)