বাৰ্তা:কাশ্মীৰী ৱিকিপিডিয়া
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 1 বছৰৰ পূৰ্বে by Joli Rumi in topic পোখালি টেগ
পোখালি টেগ
[সম্পাদনা কৰক]প্ৰবন্ধটোত অধিক তথ্য যোগ দি পূৰ্ণাংগ ৰূপ নিদিয়ালৈকে অনুগ্ৰহ কৰি পোখালি টেগ ডিলিট নকৰিব। নহ'লে পৰৱৰ্তী সময়ত পোখালি বিস্তাৰ কৰিবলৈ প্ৰবন্ধসমূহ বিচাৰিবলৈ অসুবিধা হয়। -Joli Rumi (বাৰ্তা) 13:52, 11 December 2024 (ইউ.টি.চি.)