বাৰ্তা:কুকুৰা-ঠেঙীয়া গছ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

@Joli:, আপুনি শেহতীয়াকৈ সৃষ্টি কৰা আহিনা আৰু কুকুৰা-ঠেঙীয়া গছ নামৰ প্ৰবন্ধ দুটাত উল্লেখ কৰা বৈজ্ঞানিক নাম দুটা ইংৰাজী ৱিকিপিডিয়াত Leea indica নামৰ উদ্ভিদজোপাৰে সমাৰ্থক নাম বুলি উল্লেখ আছে। দিব্য দত্ত (বাৰ্তা) 06:47, 25 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]