বাৰ্তা:ক্ষ্মেৰ সাম্ৰাজ্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:খমেৰ সাম্ৰাজ্যৰ পৰা পুনঃনিৰ্দেশিত)

খমেৰ বনাম ক্ষ্মেৰ[সম্পাদনা কৰক]

কিতাপে-পত্ৰই ক্ষ্মেৰ বুলিহে পাইছোঁ। খমেৰ নহ'ব মোৰ বোধেৰে। - চন্দন চিৰিং ফুকন ✉️ 03:17, 24 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মইও "খমেৰ"তকৈ, ক্ষ্মেৰ সাম্ৰাজ্য টোহে উচিত হ'ব যেন পাইছোঁ। অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত অসমৰ জনজাতি ইত্যাদি কিতাপ-পত্ৰতো ক্ষ্মেৰ বুলিহে আছে। আপোনাৰ পৰামৰ্শ অনুসৰি শিৰোনামাটো সলাই দিয়া হ'ল।
Thesaurabhsaha (বাৰ্তা) 06:33, 24 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]