বাৰ্তা:খ্মেৰ সাম্ৰাজ্য
অৱয়ব
খমেৰ বনাম ক্ষ্মেৰ
[সম্পাদনা কৰক]কিতাপে-পত্ৰই ক্ষ্মেৰ বুলিহে পাইছোঁ। খমেৰ নহ'ব মোৰ বোধেৰে। - চন্দন চিৰিং ফুকন ✉️ 03:17, 24 May 2023 (ইউ.টি.চি.)
- মইও "খমেৰ"তকৈ, ক্ষ্মেৰ সাম্ৰাজ্য টোহে উচিত হ'ব যেন পাইছোঁ। অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত অসমৰ জনজাতি ইত্যাদি কিতাপ-পত্ৰতো ক্ষ্মেৰ বুলিহে আছে। আপোনাৰ পৰামৰ্শ অনুসৰি শিৰোনামাটো সলাই দিয়া হ'ল।
- Thesaurabhsaha (বাৰ্তা) 06:33, 24 May 2023 (ইউ.টি.চি.)