বাৰ্তা:গিৰিধৰ শৰ্মা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

জন্ম ৩০ জুলাই নে ৩ জুলাই[সম্পাদনা কৰক]

তথ্যসূত্ৰত দিয়া প্ৰবন্ধটো মই পঢ়া নাই, কিন্তু আজিৰ নিয়মীয়া বাৰ্তাত ’সুপ্ৰভাত’ শিতানত প্ৰথম পৃষ্ঠাতে দিছে আজি অৰ্থাৎ ৩ জুলাইত এওঁৰ জন্ম হোৱা বুলি৷ বাতৰি কাকত এখনে প্ৰথম পৃষ্ঠাতে এনে মাৰাত্মক ভুল এটা নকৰে বুলি ধৰি লৈ পূৰ্বৰ ৩০ জুলাইৰ পৰা ৩ জুলাই কৰি দিলো দেই৷ কোনোবাই কথাটো কৰবাত ভালকৈ পায় নেকি চাবচোন৷ -জলি বৰা (talk) 21:08, 2 জুলাই 2015 (UTC)