সমললৈ যাওক

বাৰ্তা:গুগল ট্ৰান্সলেট

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 6 মাহ পূৰ্বে by Msasag in topic নাম

নাম

[সম্পাদনা কৰক]

@Kandarpajit Kallol ইয়াৰ নামটো বেছিভাগ ভাষাতে ভাঙনি কৰি দিয়া আছে। তেন্তে অসমীয়া ৱিকিপিডিয়াত ইংৰাজী নামটো কিয় ৰাখিছে? Articleটো বনাওতে "গুগল ভাঙনি" বুলীয়েই বনোৱা হৈছিল। Msasag (বাৰ্তা) 18:25, 7 July 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

Translate শব্দৰ অসমীয়া অৰ্থ হিচাপে ভাঙনি, তৰ্জমা, ভাষান্তৰ আদি বহুতো শব্দ পোৱা যায় যদিও অনুবাদ শব্দটো বহুল প্ৰচলিত, সেয়ে গুগল অনুবাদ কৰিলে ভাল হয় নেকি! ~ কন্দৰ্পজিৎ কল্লোল 21:09, 7 July 2025 (ইউ.টি.চি.)