সমললৈ যাওক

বাৰ্তা:গুগল ভাঙনি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

গুগল ট্ৰেন্সলেট

[সম্পাদনা কৰক]

Translate-ৰ অসমীয়া অনুবাদ "ভাঙনি" যদিও, "গুগল ট্ৰেন্সলেট"ৰ অসমীয়া "গুগল ভাঙনি" হ'ব নোৱাৰে।‌ গুগল ট্ৰেন্সলেট বা গুগল অনুবাদ হ'ব লাগে। (সকলোৱে বুজিব পৰাকৈ, সময়ৰ ওপৰত ভিত্তি কৰি।) গুগল ট্ৰেন্সলেট যদি গুগল ভাঙনি হয়, তেন্তে বৰফ শিলপানী, আঙুৰ লতাপনিয়ল, ফেচবুক মুখকিতাপ, ইউটিউব আপুনিচুঙা কৰিব লাগিব। ~ কন্দৰ্পজিৎ কল্লোল 16:08, 7 July 2025 (ইউ.টি.চি.)

@Kandarpajit Kallol ইয়াৰ নামটো বেছিভাগ ভাষাতে ভাঙনি কৰি দিয়া আছে। তেন্তে অসমীয়া ৱিকিপিডিয়াত ইংৰাজী নামটো কিয় ৰাখিছে? Articleটো বনাওতে "গুগল ভাঙনি" বুলীয়েই বনোৱা হৈছিল। Msasag (বাৰ্তা) 18:25, 7 July 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Msasag Translate শব্দৰ অসমীয়া অৰ্থ হিচাপে ভাঙনি, তৰ্জমা, ভাষান্তৰ আদি বহুতো শব্দ পোৱা যায় যদিও অনুবাদ শব্দটো বহুল প্ৰচলিত, সেয়ে গুগল অনুবাদ কৰিলে ভাল হয় নেকি! ~ কন্দৰ্পজিৎ কল্লোল 21:09, 7 July 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক