বাৰ্তা:গ্ৰেইজ এনাটমী
বিষয় যোগ কৰকঅৱয়ব
'গ্ৰেইজ এনাটমী' বুলি এখন ছিৰিয়েলো আছে। দ্বিধা দূৰীকৰণ পৃষ্ঠা এখন ৰাখিব লাগিব। লগতে ৱিকিপিডিয়াত ইংৰাজী বানানৰ অসমীয়া ৰূপান্তৰ লিখোঁতে (ইতিপূৰ্বে বহুল ভাৱে অলিখিত শব্দ) যদি সৰলীকৰণৰ নিয়ম এটা কৰিব পৰা যায়, তেন্তে মই চব ঈ-কাৰ ই-কাৰ কৰি লিখাৰ পক্ষপাতী। 'এনাট'মি' বুলি লিখিব পৰা যায়। অৱশ্যে এইটো বিষয়ে এটা সহমত হোৱাৰ পাছত সলনি কৰা উচিত।উদ্দীপতালুকদাৰ (talk) 19:23, 12 অক্টোবৰ 2012 (UTC)
- অনুবাদ সম্পূৰ্ণ হ'লে দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা এখন দি দিম। ইংৰাজী শব্দটোত y থাকিলে অসমীয়াত সাধাৰণতে "ঈ" লিখা হয়। সেইবাবেই এনাটমী লিখিলোঁ। অধিক আলোচনাৰ প্ৰয়োজন আছে। — গীতাৰ্থ বৰদলৈ (talk) 19:42, 12 অক্টোবৰ 2012 (UTC)
গ্ৰেইজ এনাটমীৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন গ্ৰেইজ এনাটমীক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।