সমললৈ যাওক

বাৰ্তা:চাওঁতাল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিলোপনৰ বাবে টেগ

[সম্পাদনা কৰক]

পৃষ্ঠটোত কোনোধৰণৰ তথ্যসূত্ৰ নাই, চুটি প্ৰৱন্ধ, ৱিকিপিডিয়াৰ নিয়ম অনুসৰণ কৰা নাই। সেয়ে ক্ষিপ্ৰ বিলোপনৰ অনুৰোধ জনাইছিলোঁ। পিছত প্ৰৱন্ধৰ সৃষ্টকৰ্তাই ক্ষিপ্ৰ বিলোপনৰ টেগ উঠাই দিয়ে। ভাবিছিলোঁ, হয়তো সংশোধন কৰিব। কিন্তু কোনোধৰণৰ সালসলনি নকৰিলে। সেয়ে উক্ত পৃষ্ঠাটোৰ কোনো প্ৰয়োজনীয়তা অনুভৱ নকৰোঁ। - কন্দৰ্পজিৎ কল্লোল 13:30, 22 November 2024 (ইউ.টি.চি.)