বাৰ্তা:চ্যু-হ্যুণ-মু'ঙ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:চ্যু-হুন-মুংৰ পৰা পুনঃনিৰ্দেশিত)

"ৰজা চুপিম্ফাৰ (১৪৯৩-১৫৩৯) মৃত্যুৰ পাছতে ১৫৩৯ চনত তেওঁৰ পুতেক চুহুংমুং আহোম ৰাজপাটত উঠে।" ইয়াত চনটো ভুলকৈ লিখা হৈছে নেকি! বহুকেইখন বুৰঞ্জীত ৰজা চুপিম্ফাৰ ৰাজত্বকাল ১৪৯৩-১৪৯৭ খ্রীঃ আৰু ৰজা চুহুংমুং-ৰ ৰাজত্বকাল ১৪৯৭-১৫৩৯ খ্রীঃ বুলি লিখা আছে ৷ মৌচুমী (talk)


হয়, চনটো মাৰাত্মকভাৱে ভুল হৈছিল। শুধৰাই দিছোঁ। ধন্যবাদ আপোনাক। Chiring chandan