বাৰ্তা:চৰাই
বিষয় যোগ কৰকঅৱয়ব
বহুকেইটা বৈজ্ঞানিক শব্দৰ উপযুক্ত অসমীয়া সমাৰ্থক নাইপোৱা বাবে তেনেকৈয়ে এৰি গৈছোঁ৷ যেনে- Game bird, Tropical (বিষুৱীয় নে ক্ৰান্তীয়?),speciation, Plumage, cranial sutures,anterior thoracic vertebrae nictitating membrane ইত্যাদি৷ কাৰোৱাৰ হাতত সেইবোৰ থাকিলে বা কোনো প্ৰতিশব্দ উপযুক্ত বুলি ভাৱিলে অনুগ্ৰহ কৰি যোগ দি দিব৷জলি বৰা (talk) 08:05, 23 জানুৱাৰী 2013 (UTC)
চৰাইৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন চৰাইক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।