সমললৈ যাওক

বাৰ্তা:জয়ন্ত হাজৰিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

লিংককেইটা কোনোবাই সোনকালে লগাই দিলে ভাল হ'ব। উদ্দীপতালুকদাৰ ২১:৪১, ১৯ চেপ্তেম্বৰ ২০১১ (UTC)

জয়ন্ত হাজৰিকাৰ বাণীবদ্ধিত সাক্ষাৎকাৰ

[সম্পাদনা কৰক]

জয়ন্ত হাজৰিকাৰ এখন গানৰ কেছেটত (টি ছিৰিজৰ খন আগতে আমাৰ ঘৰতে আছিল), এইখনত এপিঠিত মৃত্যু সাৱটি, আগলতি কলাপাত, ৰম্ভা-মেনকা, আদি, আৰু আনটো পিঠিত লুইতৰ বলীয়া বান, কিনো লীলা প্ৰভূ, মোৰ ফাগুন আছেহি আদি গানকেইটা আছে। এই দ্বিতীয় পিঠিৰ গানকেইটাৰ আৰম্ভণিতে অকণমানকৈ জয়ন্ত হাজৰিকাৰ কথাও সন্নিবিষ্ট হৈ আছে। এইখিনি নিশ্চয় জয়ন্ত হাজৰিকাৰ মৃত্যুৰ পাছত এইচ.এম.ভি.য়ে উলিওৱা আকাশবাণীত দিয়া সাক্ষাৎকাৰ আৰু গানৰ টুকুৰাৰ বাণীবদ্ধিত ৰূপ। কাৰোবাৰ হাতত যদি কেছেটখন আছে, তেন্তে তাৰপৰা এই লেখাত দিবলগীয়া দুটামান উদ্ধৃতি আছে। যদি আছে, তেনে জনাবলৈ অনুৰোধ কৰিলো।উদ্দীপতালুকদাৰ (talk) 10:18, 24 অক্টোবৰ 2012 (UTC)