বাৰ্তা:জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই বহুত কিবাকিবি লিখিছিলো। কি হ'ল, নাজানো, চব নোহোৱা হৈ গ'ল!! দুয়োজনে একে সময়তে সম্পাদনা কৰিলোঁ যেন লাগিছে।

আকৌ আগৰ লিখাখিনি বিচাৰি সুমুৱাই দিলো। ৱেবছাইট-টোৰপৰা পোষ্টাৰখন আনি লগাব পৰা যাব নেকি? কপিৰাইটৰ কিবা অসুবিধা হ'ব নেকি?

জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)[সম্পাদনা কৰক]

মুক্তি অংশত থকা 'ছবিখনত' শব্দটো 'ছবিগৃহত' হ’ব লাগিছিল নেকি! 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (talk) 17:24, 8 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]