বাৰ্তা:জে. কে. ৰাউলিং
বিষয় যোগ কৰকঅৱয়ব
জন্ম আৰু পৰিয়াল, শৈশৱ, অনুপ্রেৰণা আৰু মাতৃ বিয়োগ, বিবাহ, হেৰী পটাৰ, হেৰী পটাৰ চলচিত্র, সফলতা, পুনর্বিবাহ, আৰু পৰৱর্ত্তী লেখনি 'জীৱনপঞ্জী' অনুচ্ছেদটোৰ ভাগ। তাকে সজোৱাত কিছু অসুবিধা পাইছো। Niyorporosh (talk) 16:40, 8 ছেপ্টেম্বৰ 2012 (UTC)
- তুমি অসুবিধাবোৰ আওকান কৰি এতিয়া লিখি যোৱাচোন, লিখা শেষ হ’লে আমি চাম সেইবোৰ, নতুবা সহায়: ৱিকি চিহ্নসমূহ চালে তুমি নিজেও অলপ সহায় পাবা| বিষ্ণু শইকীয়া বাৰ্তা
জে. কে. ৰাউলিংৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন জে. কে. ৰাউলিংক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।