সমললৈ যাওক

বাৰ্তা:টাই-আহোম ভাষা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 8 মাহ পূৰ্বে by KhiLanTzi in topic টাই-আহোম

"আহোম ভাষা" বুলি কিবা ভাষা আছে জানো? টাই ভাষাহে আছে? গীতাৰ্থ বৰদলৈ 18:48, 24 ফেব্ৰুৱাৰী 2012 (UTC)

নাইতো, জানো কোনে লিখিছে এইটো| টাই ভাষালৈ নিব পাৰি নেকি চাবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:09, 24 ফেব্ৰুৱাৰী 2012 (UTC)
টাই ভাষা বহুকেইটা ভাষাৰ 'কালেক্টিভ' নামহে (যেনে ভাৰতীয় ভাষা)। ইংৰাজী ৱিকিপিডিয়াতো এই বিষয়ে আছে। গতিকে প্ৰৱন্ধটো পুনৰ সৃষ্টি কৰিলো।--চন্দন চিৰিং ফুকন (talk) 06:13, 5 February 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

টাই-আহোম

[সম্পাদনা কৰক]

ভিন্ন অনুষ্ঠান:

  1. সদৌ টাই আহোম ছাত্ৰ সন্থা
  2. টাই আহোম যুৱ পৰিষদ, অসম
  3. টাই আহোম উন্নয়ণ পৰিষদ

প্ৰকাশিত গৱেষণা বা অধ্যয়ন উৎস:

  1. The Tai-Ahom Community in the Era of Modernization: Cultural Changes in Post-Colonial Assam
  2. FIXING THE CHRONOLOGY IN TAI-AHOM CHRONICLES BY USING ASTRONOMICAL REFERENCES
  3. Locating a cultural identity in the use of metaphorical proverbs among the Tai Ahoms of Assam: a study through oral literature
  4. Tracing the "extinctness" of Tai Ahom: Issues of language loss and death
  5. Ancient Manuscript Literature in Tai Ahom

আজিকালি টাই-আহোম শব্দৰ ব্যৱহাৰ WP:COMMON হৈছে। সেয়েহে পৃষ্ঠা নাম টাই-আহোম ভাষা কৰিবলৈ বিচাৰিছোঁ। কাৰোবাৰ আপত্তি থাকিলে জনাব। KHI-LAN-TZI 13:49, 27 March 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক