সমললৈ যাওক

বাৰ্তা:ট্ৰাঞ্চলেটৰছ আছাম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিজ্ঞাপনৰ টেগ

[সম্পাদনা কৰক]

প্ৰতি সম্পাদক মণ্ডলী,

ট্ৰাঞ্চলেটৰছ আছাম এটা অনা-লাভজনক প্ৰকল্প। এই ৱিকি লেখাৰ প্ৰথম সংস্কৰণত তথ্যৰ উৎস সঠিকভাৱে দিয়া হোৱা নাছিল। সেইবাবে বোধহয় ইয়াত বিজ্ঞাপনৰ টেগ এটা লগাই দিয়া হৈছিল। এতিয়াৰ সম্পাদনাত প্ৰকল্পটোৰ সম্পৰ্কে যথেষ্ট উপযুক্ত তথ্য প্ৰদান কৰা হৈছে। অনুগ্ৰহ কৰি এই টেগটো উঠাই দিয়ে যেন। ট্ৰাঞ্চলেটৰছ আছামৰ উদ্দেশ্য হৈছে অসমলৈ বিভিন্ন ভাষাৰ ধ্ৰুপদী সাহিত্যসমূহৰ অনুবাদ কৰি অসমীয়া পাঠকক বিদেশী ভাষাৰ সাহিত্যৰ এক সোৱাদ দিয়া, ন-পুৰণি অসমীয়া অনুবাদকসকলৰ বাবে এখন সহজলভ্য মঞ্চ তৈয়াৰ কৰা আৰু অসমৰ বিভিন্ন ধ্ৰুপদী সাহিত্যক বিদেশী ভাষালৈ (বিশেষকৈ ইংৰাজীলৈ) অনুবাদ কৰা। Niku Duwarah (বাৰ্তা) 09:08, 20 May 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক