বাৰ্তা:তেজপুৰ বিশ্ববিদ্যালয়
"তথ্যসমল"টো ঠিক কৰি দিম |
অনুগ্রহ কৰি "বিদ্যাপীঠ" শব্দটো অকণমান বহলাই ব্যখ্যা কৰি দিব বা তাৰ সমতুল্য ইংৰাজী শব্দটোও লগতে প্রথম দুই এক স্থানত উল্লেখ কৰি দিবচোন, কাৰণ শব্দটো সামান্য আনকমন, কোনোৱে হঠাৎ বুজি নাপাবও পাৰে। প্রভাকৰ শৰ্মা নেওগ 06:33, 3 জানুৱাৰী 2012 (UTC)
বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিভাগ সমূহৰ নাম ইংৰাজীতো আছে ইয়াত, প্ৰয়োজন আছে জানো? দীপাংকৰ চেতিয়া
ইংৰাজীত School of Engineering, School of Science and Technology, School of Humanities ইত্যাদি বুলি আছে, সেয়ে মই ভাবিলো যে School বাবে বিদ্যালয় ব্যৱহাৰ নকৰি বিদ্যাপীঠ ব্যৱহাৰ কৰাতোৱেই উচিত | আপোনালোকৰ মতামত জনাবচোন | [[মনোজমন]]
Schoolৰ বাবে বিদ্যাপীঠ থিকেই আছে মোৰ মতে, তাৰ বাবে অতিৰিক্ত ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি নাভাবো দীপাংকৰ চেতিয়া বাৰ্তা 06:38, 25 জুলাই 2012 (UTC)
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন তেজপুৰ বিশ্ববিদ্যালয়ক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।