সমললৈ যাওক

বাৰ্তা:তেহেলকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদনা দ্বন্দ্ব কেনেদৰে লগাব

[সম্পাদনা কৰক]

@যদুমণি, Infobox-ৰ তলত {edited} নহয়, Infobox-ৰ ওপৰত, অৰ্থাৎ একেবাৰে ওপৰত {সম্পাদনা দ্বন্দ্ব} বুলি লিখিব। সম্পাদনা দ্বন্দ্ব লিখাটোৰ দুয়োফালে দুবাৰকৈ { আৰু } চিহ্ন লগাব। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 14:54, 8 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ কন্দৰ্পজিৎ কল্লোল , আগলৈও এনেদৰে নজনা কথাবোৰ আঙুলিয়াই থাকিব। যদুমণি (বাৰ্তা) 15:23, 8 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
Infobox-ৰ তলত {edited} উঠাই দিব। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 15:26, 8 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
@যদুমণি, সম্পাদনা সম্পূৰ্ণ হোৱাৰ পিছত সম্পাদনা দ্বন্দ্ব উঠাই দিব লাগে। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 04:39, 9 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক