বাৰ্তা:ধনাত্মক অখণ্ড সংখ্যা
অৱয়ব
একত্ৰিতকৰণ
[সম্পাদনা কৰক]এই পৃষ্ঠাটো আৰু ঋণাত্মক অখণ্ড সংখ্যা পৃষ্ঠাটো, অখণ্ড সংখ্যাৰ লগত একত্ৰিত কৰি দিব লাগে, কাৰণ এই দুয়োটা অতি চমু হৈছে আৰু বিষয়বস্তু খিনি অখণ্ড সংখ্যা পৃষ্ঠাটোত আছেই। − দিব্য দত্ত (বাৰ্তা) 01:39, 30 May 2019 (ইউ.টি.চি.)