বাৰ্তা:ধনিয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধনীয়া নে ধনিয়া?[সম্পাদনা কৰক]

'মেমেধু' বা ধনিয়া শাক বুলি হেমকোষত (পৃষ্ঠা=৫৮০ আৰু ৯১১; ত্ৰয়োদশ সংস্কৰণ ২০০৭) আছে৷ আনকি 'শব্দ ডট অৰ্গ'তো মেমেধুটো ধনিয়া, ধণিয়া, ধনিয়া-শাক, গোন্ধোৱা-শাক বুলিহে উল্লেখ কৰা আছে ( http://www.xobdo.org/dic/%E0%A6%AE%E0%A7%87%E0%A6%AE%E0%A7%87%E0%A6%A7%E0%A7%81 শব্দ ডট অৰ্গ) ৷ ইয়াৰে কোনটো শব্দ শুদ্ধ আপোনালোকৰ পৰা জানিব বিচাৰোঁ৷ ধন্যবাদ৷ Kuldhar Rabha (talk) 14:46, 7 June 2020 (ইউ.টি.চি.)কুলধৰ ৰাভা[উত্তৰ দিয়ক]

@Kuldhar Rabha: ধনিয়ালৈ স্থানান্তৰ কৰা হ'ল।