সমললৈ যাওক

বাৰ্তা:ধন্বন্তৰি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:ধনৱন্তৰীৰ পৰা পুনঃনিৰ্দেশিত)
Latest comment: 8 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic নাম

নাম

[সম্পাদনা কৰক]

অসমীয়া নামটো ধনন্তৰী বা ধনন্ত্বৰীহে নেকি? — গীতাৰ্থ বৰদলৈ (talk) 08:32, 17 October 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

হয় চাগে। লিপ্যান্তৰত ভুল হব পাৰে। ৱিকি উৎসৰ কীৰ্তন ঘোষাত ধন্বন্তৰি বুলি আছে। সঠিক বানানটো কি হব নাজানোঁ।-অজয় দাস (বাৰ্তা) 08:49, 17 October 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক
ধন্বন্তৰি কৰাই ভাল তেন্তে। — গীতাৰ্থ বৰদলৈ (talk) 05:30, 18 October 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক
হয় বাৰু, কৰি দিব

-অজয় দাস (বাৰ্তা) 05:48, 18 October 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্বন্তৰি হ'ব লাগে। দিব্য দত্ত (বাৰ্তা) 17:34, 18 October 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক