বাৰ্তা:উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:নৰ্থ লখিমপুৰ কলেজৰ পৰা পুনঃনিৰ্দেশিত)

চিত্ৰ সংযোগ[সম্পাদনা কৰক]

তলৰ কথাখিনি যোগ কৰি দিলে দেখাত ভাল হ’ব| Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 12:59, 21 জানুৱাৰী 2012 (UTC)

ধন্যবাদ। নিশ্চয় যোগ কৰি দিম। ইমেজ কেনেকৈ আপল'ড আৰু যোগ কৰিম, অলপ জনাব নেকি? - ‎Pranabnlp

একো অসুবিধা নাই| বৰ্তমান তুমি ওপৰত দেখুৱাই থকা 200px নামৰ ৰঙা লিংকটোত ক্লিক কৰিলেই ফটোখন আপলোড কৰিব পাৰিবা| সহায়:ছবি কেনেকৈ ব্যৱহাৰ কৰিব পৃষ্ঠাত বিতংভাৱে পাবা| Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 14:17, 21 জানুৱাৰী 2012 (UTC)

বহুত ধন্যবাদ শইকীয়া ডাঙৰীয়া। কৰা হ'ল, শেহতীয়া সালসলনি খিনি মন কৰিবচোন। - ‎Pranabnlp

অধ্যক্ষ[সম্পাদনা কৰক]

ঊ: তা: দাদা মহাবিদ্যালয়ৰ অধ্যক্ষ Dr. Budhin Barauhই অৱসৰ গ্ৰহণ কৰিছে | বৰ্তমানলৈকে স্থায়ী অধ্যক্ষ নিযুক্ত হোৱা নাই | college websiteত update কৰা নাই | দীপাংকৰ চেতিয়া 18:13, 21 জানুৱাৰী 2012 (UTC) ঠিক আছে। ৱেবছাইটবিলাক আপডেট কৰি নেৰাখে যে সেইটোৱেই অসুবিধা। যিমান পাৰা ৰেফাৰন্স দি যাবলৈ চেষ্টা কৰিবা।উদ্দীপতালুকদাৰ 08:24, 22 জানুৱাৰী 2012 (UTC)

পৃষ্ঠা স্থানান্তৰ[সম্পাদনা কৰক]

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা নৰ্থ লখিমপুৰ কলেজলৈ এই পৃষ্ঠাটো স্থানান্তৰ কৰা হ’ল| মহাবিদ্যালয় খনৰ আধিকাৰিক নাম নৰ্থ লখিমপুৰ কলেজ, উত্তৰ লখিমপুৰ মহাবিদ্যালয় প্ৰচলিত নামহে, শেষতীয়াকৈ মহাবিদ্যালয় কৰ্তৃপক্ষ‍ই ইংৰাজী অসমীয়া সকলোতে "নৰ্থ লখিমপুৰ কলেজ" নামটোৱেই ব্যৱহাৰ কৰাৰ সিদ্ধান্ত কৰিছে দীপাংকৰ চেতিয়া? 05:11, 16 ছেপ্টেম্বৰ 2013 (UTC)

মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী হিচাপে মই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সলনি সকলোতে নৰ্থ লখিমপুৰ মহাবিদ্যালয় কৰাটোৰ বিৰোধী৷ মহাবিদ্যালয় কৰ্তৃপক্ষ‍ই পোণপ্ৰথমে এই নাম সলনি কৰি ব্যৱহাৰ কৰোতে সোণালী জয়ন্তীৰ অনুষ্ঠানত কেশব মহন্তই এই কথাটো আঙুলিয়াই দিয়া মনত আছে৷ সদ্যহতে 'উত্তৰ লখিমপুৰ মহাবিদ্যালয়' বুলিয়ে ৱিকিত ৰাখিলে অসুবিধা হ'ব নেকি?--জলি বৰা (talk) 07:05, 16 ছেপ্টেম্বৰ 2013 (UTC)
হয় জলি বা, ম‍ই নিজেও অনুভৱ কৰোঁ, এইবছৰৰ কলেজৰ সকলোবোৰ নথি পত্ৰ লগতে কলেজৰ আলোচনী (ছাত্ৰাবাস-ছাত্ৰীনিবাসৰ বোৰ সামৰি) সমূহতো এই নাম ব্যৱহাৰ কৰিছে, সেয়ে কথাটো জটিল হৈ পৰিল, সেইটো কাৰণতে ৱিকিত সলনি কৰি দিলো, 'উত্তৰ লখিমপুৰ মহাবিদ্যালয়' বুলিয়ে ৱিকিত ৰাখিলে অসুবিধা নাই| আন সদস্য সকলেও মন্তব্য দিয়া হ’লে ভাল হ’লেহেতেন, নহ’লে ম‍ই কালিলৈ পুনৰ পৃষ্ঠাটো move কৰি দিম উত্তৰ লখিমপুৰ মহাবিদ্যালয়লৈদীপাংকৰ চেতিয়া? 08:16, 16 ছেপ্টেম্বৰ 2013 (UTC)

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়[সম্পাদনা কৰক]

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হল North Lakhimpur University Bill, 2023 অনুসৰি সেয়ে পৃষ্ঠাটোৰ নাম WP:AGEMATTERS অনুসৰি সলনি কৰা হৈছে। KHI-LAN-TZI 11:35, 25 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]