বাৰ্তা:পূৰবী বৰমুদৈ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

পূৰবী নে পূৰৱী?[সম্পাদনা কৰক]

আমাৰ অসমৰ প্ৰকাশিত বাতৰিটোত পূৰৱী বুলি লিখা হৈছে। উদ্দীপতালুকদাৰ 11:55, 1 জানুৱাৰী 2012 (UTC)

ইমানদিনে "পূৰবী" বুলিয়েই পাইছিলোঁ। Gitartha.bordoloi 14:03, 1 জানুৱাৰী 2012 (UTC)
নামে কি কৰে, কামেহে সংসাৰ তৰে। নাম লৈ সন্দেহ থাকিলে সকলো বানানৰ পৰা এটা redirect লিংক বনাই দিব পৰাৰ নিয়ম কৰি ল'ব নোৱাৰোঁ নেকি? কোনোবাই ইচ্ছা কৰিলে চ'ৰাত propose কৰিব পাৰে। প্রভাকৰ শৰ্মা নেওগ 16:16, 3 জানুৱাৰী 2012 (UTC)

শিক্ষাকালৰ ভিন্ন তথ্য[সম্পাদনা কৰক]

আমাৰ অসমৰ এই প্ৰবন্ধৰ সন্নিবিষ্ট উৎস লেখনীত ১৯৬৭ চনত HS, 1970 BA and 1973 MA বুলি উল্লেখ কৰা হৈছে, কিন্তু নিম্নোক্ত লিংকত উল্লেখিত ছেণ্টিনেল ২০০৭-ত প্ৰকাশিত খবৰ অনুসৰি, ১৯৬৭ HSLC, 1973 BA and 1976 MA বুলি উল্লেখ আছে। কোনটো শুদ্ধ তৃত্বীয় পক্ষৰ তথ্যৰপৰা জানিব লাগিব। http://www.mail-archive.com/assam@assamnet.org/msg15631.html উদ্দীপতালুকদাৰ 11:55, 1 জানুৱাৰী 2012 (UTC)