বাৰ্তা:পৃথিৱীৰ বিভিন্ন বঁটা আৰু সন্মান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

জৰুৰী বাৰ্তামই সৃষ্টি কৰা বঁটা সমূহৰ একোটাকৈ চিত্ৰ কোনো সদস্যই সংযোগ কৰি দিলে ভাল হয়। অনুগ্ৰহ কৰি কোনো ব্যক্তিয়ে কৰিব বুলি বাট চালো। বঁটা সমূহৰ চিত্ৰ মোৰ হাততো আছে কিন্তু সংযোগ দিয়াৰ ক্ষেত্ৰত অসুবিধা পোৱা বাবে কামটো আধৰুৱা হৈ আছে। বিজ্ঞজনে সহায় কৰিলে কৃতাৰ্থ হম। সদস্য বাৰ্তাঃ নিতুল বৰা