বাৰ্তা:ফা-চিন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:ফা চিনৰ পৰা পুনঃনিৰ্দেশিত)

পুনৰ্নিৰ্দেশ[সম্পাদনা কৰক]

ফা চিন” প্ৰবন্ধটো আগতেই সৃষ্টি কৰা হৈছে, গতিকে এজন সম্পাদকে (সদস্য:KhiLanTzi) দিয়া প্ৰস্তাৱমৰ্মে “চিন (পৰিধান)‎” প্ৰবন্ধটো “ফা চিন”লৈ পুনৰ্নিৰ্দেশ কৰা হ’ল। দিব্য দত্ত (বাৰ্তা) 07:27, 4 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পৃষ্ঠাটো ফা-চিন লৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ ৰাখিলোঁ। টাই ভাষাসমুহ সুৰীয়া হোৱাৰ বাবে যুৰীয়া শব্দসমূহত এটা শব্দৰে ভিন্ন অংশৰ উচ্চাৰণ বেলেগ হয় সেয়ে চুকাফা সলনি Siu-ka-phaa (লেটিন লিপি) আৰু চ্যু-কা-ফা (অসমীয়া লিপি)ত লিখা হয়। উদাহণস্বৰূপে Wiktionary ত থাই শব্দ সমুহ চাব পাৰে যেনে ยายเทียด ক লেটিন লিপিত yaai-tîiat বুলি লিখা হৈছে yaaitîiat ৰ সলনি। অবশ্যে wp:common name অনুসৰি যদি অধিক ব্যৱহৃত বেলেগ নাম আছে সেয়া দিয়া উচিত কিন্তু আজিকালি প্ৰায়ে মাজত - চিহ্ন দিয়া হয়। আৰু এই পৃষ্ঠাটো অনুবাদ কৰা হৈছে। KHI-LAN-TZI 08:03, 4 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]